Shuru
Apke Nagar Ki App…
আজি অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ কেইটিমান মুহূৰ্ত। আজিৰ এই বৈঠকত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদৰ সমূহ প্রার্থী আৰু নিৰ্বাচনী সমিতি উপস্থিত থাকে । : লুৰীনজ্যোতি গগৈ
Assam Update
আজি অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ কেইটিমান মুহূৰ্ত। আজিৰ এই বৈঠকত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদৰ সমূহ প্রার্থী আৰু নিৰ্বাচনী সমিতি উপস্থিত থাকে । : লুৰীনজ্যোতি গগৈ
More news from অসম and nearby areas
- Post by Assam Update1
- Post by ত্ৰিদিপ দাস3
- Post by Moran Dorpon1
- * সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে। আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে প্ৰদৰ্শন কৰিব হুচৰি। উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।1
- নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।3
- কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বৃহৎ সফলতা সাতবইনীৰটুপ বালাভিঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সাতবইনীৰটুপ বালাভিঠা আঞ্চলিক যুৱ সংঘৰ উদ্দোগত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা , কলমেৰে সম্ভৰ্ধনা জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি ,অধিবক্তা , সাংবাদিক আৰু মুৰব্বী সকলক সম্বৰ্ধনা জনায় । কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্ভৰ্ধনা অনুষ্ঠানত আব্দুল হালিমৰ সভাপতিত্বত কঠোৰ পৰিশ্ৰম কৰি অনুষ্ঠান আয়োজন কৰা মতিয়াৰ ৰহমান , জাহিদুল ইছলাম প্ৰচেষ্টাত অনুষ্ঠান আয়োজন কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল অৰ্জন কৰা সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিলনজ্যেতি মহাবিদ্যালয়ৰ অধ্যাপক ওমৰ আলী আহমেদ , অৰুনোদয় জাতীয় বিদ্যালয়ৰ অধ্যাক্ষ তথা নৱশক্তি মহাবিদ্যালয়ৰ অধ্যাপক শাজাহান আলী , বৰপেটাৰোড ছাবৰেজিষ্টাৰ অফিচত কৰ্মৰত নুৰ আলম , অধিবক্তা ইকবল হুছেইন সাংবাদিকসকল আৰু গাৱৰ মুৰব্বীসকলে । আগন্তুক দিনত ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱন প্ৰতি লক্ষ্য ৰাখি সম্ভৰ্ধনা অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক আশীৰ্বাদ জ্ঞাপন কৰে । ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ স্থিতি অটল ৰাখি সময়মতে অধ্যয়ন কৰি এজন এজনকৈ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তাৰে পৰামৰ্শ দিয়ে। *সৰভোগৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট*1
- ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়1
- Post by Assam Update1