Shuru
Apke Nagar Ki App…
যোৱা কালি দুপৰীয়া হালেকি প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা আহ্বান কৰা হয় উক্ত সভাত লিডু কলিয়েৰী গাওঁ পঞ্চায়ত সভানেত্ৰী আৰু দায়িত্বত থকা কাজালৈৰ কেবা জনো কৰ্মী উপস্থিত থাকে আৰু সালেকি গাওঁ ৰাইজ আৰু ৩/নং গাওঁ লংচিং। গাওঁৰ গাওঁ বুঢ়া গাওঁৰক্ষী বাহিনীৰ কৰমি তথা মানৱ অধিকাৰমিডিয়া dipoty বিউৰো চীফ উপস্থিত থাকে উক্ত সভাত ৰাইজ জানিবলৈ দিয়ে যে সালেকী এল পি ইস্কুলৰ উচৰত কুনুওচিনাক্ত লোকে ৰাইজৰ অনুমতি নোলোৱাকৈ কৈলা কুপ ভাটা খুলি বলৈ লৈ চে গতীকে ৰাইজ ইছকুলৰ কাষত এই ভাতা খুলিবলৈ দিব নালাগে বুলি অভিযোগ কৰিছে। সাংবাদিক উমসংকৰ দেৱ
Umasankar Deb
যোৱা কালি দুপৰীয়া হালেকি প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা আহ্বান কৰা হয় উক্ত সভাত লিডু কলিয়েৰী গাওঁ পঞ্চায়ত সভানেত্ৰী আৰু দায়িত্বত থকা কাজালৈৰ কেবা জনো কৰ্মী উপস্থিত থাকে আৰু সালেকি গাওঁ ৰাইজ আৰু ৩/নং গাওঁ লংচিং। গাওঁৰ গাওঁ বুঢ়া গাওঁৰক্ষী বাহিনীৰ কৰমি তথা মানৱ অধিকাৰমিডিয়া dipoty বিউৰো চীফ উপস্থিত থাকে উক্ত সভাত ৰাইজ জানিবলৈ দিয়ে যে সালেকী এল পি ইস্কুলৰ উচৰত কুনুওচিনাক্ত লোকে ৰাইজৰ অনুমতি নোলোৱাকৈ কৈলা কুপ ভাটা খুলি বলৈ লৈ চে গতীকে ৰাইজ ইছকুলৰ কাষত এই ভাতা খুলিবলৈ দিব নালাগে বুলি অভিযোগ কৰিছে। সাংবাদিক উমসংকৰ দেৱ
More news from অসম and nearby areas
- Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।1
- Post by Namsai update news1
- আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত মিচিং জনগোষ্ঠীয় অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।4
- ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷2
- Tumar Nilim Kotha//Topon Tamuli1
- লখিমপুৰত ৫৩ সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্যাপন5
- আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷ কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷ দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷ বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।1