তিনিচুকীয়াত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেল Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।

- Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।1
- চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- Post by Namsai update news1
- Post by Topon Tamuli Musical1
- গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।4
- লখিমপুৰত ৫৩ সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্যাপন5
- তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ1
- আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷ কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷ দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷ বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।1