Shuru
Apke Nagar Ki App…
শিৱসাগৰ গেলেকীৰ মৰাণ গাঁৱত ভয়াৱহ অগ্নিকাণ্ডঃ প্ৰায় ১২ বিঘা মাটিৰ ধান ভস্মীভূত গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
Farid Ali.

More news from Sivasagar and nearby areas
- Post by Topon Tamuli Musical1
- গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।4
- ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷2
- চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- লখিমপুৰত ৫৩ সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্যাপন5
- তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ1
- ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।4