logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ। দুটাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত। তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷ আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷ নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷ দুটাকৈ পৰিয়ালৰ ঘৰবাৰী বাৰীৰ তামোল পানৰ কৰে ক্ষতি সাধন। গাঁৱখনৰ নাৰায়ণ চুব্বা আৰু অবলা হাজংৰ থকা ঘৰৰ সম্পূৰ্ণ ধ্বংস কৰে হাতীটোৱে ৷ ইতিমধ্যে লোক উপস্থিত হৈ হাতীৰ ত্ৰাসত সৰ্বস্বান্ত হোৱা পৰিয়াল দুটাৰ খা খবৰ লয় বনবিভাগৰ এটি দলে ৷

2 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
2 hrs ago

তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ। দুটাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত। তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷ আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷ নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷ দুটাকৈ পৰিয়ালৰ ঘৰবাৰী বাৰীৰ তামোল পানৰ কৰে ক্ষতি সাধন। গাঁৱখনৰ নাৰায়ণ চুব্বা আৰু অবলা হাজংৰ থকা ঘৰৰ সম্পূৰ্ণ ধ্বংস কৰে হাতীটোৱে ৷ ইতিমধ্যে লোক উপস্থিত হৈ হাতীৰ ত্ৰাসত সৰ্বস্বান্ত হোৱা পৰিয়াল দুটাৰ খা খবৰ লয় বনবিভাগৰ এটি দলে ৷

More news from অসম and nearby areas
  • বাৰাংগাবাৰী গাঁওত ঠগ প্ৰৱঞ্চনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। গ্ৰাম্য এলেকাত পুনৰ এবাৰ ঠগ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লক্ষ্য বান্ধিলে সাধাৰণ গাঁওবাসীক। অভিযোগ অনুসৰি, দুই গৰাকী অচিনাকি মহিলাই গাঁওত সোমাই বিভিন্ন ঘৰত উপস্থিত হৈ কৌশলৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে। জানিব পৰা মতে, বাৰাংগাবাৰী গাঁওৰ টলু ৰাভাৰ ঘৰত এই ঘটনা সংঘটিত হয়। সেই দুই মহিলাই কৌশলেৰে ঘৰত প্ৰৱেশ কৰি প্ৰায় ২৪ হাজাৰ টকা নগদ ধন, লগতে সোণ-ৰূপৰ গহনা আদি লৈ উধাও হয়। এই ঘটনাই স্থানীয় লোকসকলৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু সন্দেহজনক লোক দেখা পালে তৎক্ষণাত খবৰ দিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত তথ্য থাকিলে বা উক্ত মহিলাদ্বয়ক ক’তুবা দেখা পালে, অনুগ্ৰহ কৰি ৯৩৬৫১০২৮৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    বাৰাংগাবাৰী গাঁওত ঠগ প্ৰৱঞ্চনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য।
গ্ৰাম্য এলেকাত পুনৰ এবাৰ ঠগ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লক্ষ্য বান্ধিলে সাধাৰণ গাঁওবাসীক। অভিযোগ অনুসৰি, দুই গৰাকী অচিনাকি মহিলাই গাঁওত সোমাই বিভিন্ন ঘৰত উপস্থিত হৈ কৌশলৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে।
জানিব পৰা মতে, বাৰাংগাবাৰী গাঁওৰ টলু ৰাভাৰ ঘৰত এই ঘটনা সংঘটিত হয়। সেই দুই মহিলাই কৌশলেৰে ঘৰত প্ৰৱেশ কৰি প্ৰায় ২৪ হাজাৰ টকা নগদ ধন, লগতে সোণ-ৰূপৰ গহনা আদি লৈ উধাও হয়।
এই ঘটনাই স্থানীয় লোকসকলৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু সন্দেহজনক লোক দেখা পালে তৎক্ষণাত খবৰ দিবলৈ অনুৰোধ জনাইছে।
এই ক্ষেত্ৰত তথ্য থাকিলে বা উক্ত মহিলাদ্বয়ক ক’তুবা দেখা পালে, অনুগ্ৰহ কৰি ৯৩৬৫১০২৮৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    38 min ago
  • স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।
    1
    স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত  অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    18 hrs ago
  • 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন। 📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    1
    📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন।
📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    2 hrs ago
  • गुवाहाटी में बार स्थिति में भयंकर हालत में कुछ मजेदार और कुछ भयंकर वीडियो सामने आए। #newsreport #NationalNews
    2
    गुवाहाटी में बार स्थिति में भयंकर हालत में कुछ मजेदार और कुछ भयंकर वीडियो सामने आए।
#newsreport #NationalNews
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    31 min ago
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    19 hrs ago
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    1
    দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত  অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত  জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    2 hrs ago
  • Post by BHURAGAON LIVE
    1
    Post by BHURAGAON LIVE
    user_BHURAGAON LIVE
    BHURAGAON LIVE
    Newsagent ভূৰাগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷ আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷ নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷ দুটাকৈ পৰিয়ালৰ ঘৰবাৰী বাৰীৰ তামোল পানৰ কৰে ক্ষতি সাধন। গাঁৱখনৰ নাৰায়ণ চুব্বা আৰু অবলা হাজংৰ থকা ঘৰৰ সম্পূৰ্ণ ধ্বংস কৰে হাতীটোৱে ৷ ইতিমধ্যে লোক উপস্থিত হৈ হাতীৰ ত্ৰাসত সৰ্বস্বান্ত হোৱা পৰিয়াল দুটাৰ খা খবৰ লয় বনবিভাগৰ এটি দলে ৷
    1
    তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷
আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷
নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷
দুটাকৈ পৰিয়ালৰ ঘৰবাৰী বাৰীৰ তামোল পানৰ কৰে ক্ষতি সাধন। 
গাঁৱখনৰ নাৰায়ণ চুব্বা আৰু অবলা হাজংৰ থকা ঘৰৰ সম্পূৰ্ণ ধ্বংস কৰে হাতীটোৱে ৷
ইতিমধ্যে  লোক উপস্থিত হৈ হাতীৰ ত্ৰাসত সৰ্বস্বান্ত হোৱা  পৰিয়াল দুটাৰ  খা খবৰ লয় বনবিভাগৰ এটি দলে ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.