Shuru
Apke Nagar Ki App…
আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান । আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
JintuMani's News
আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান । আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
More news from অসম and nearby areas
- পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।1
- Post by U song my videos1
- লংকাৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান কৃষ্ণ বৰা বি.এড কলেজত দিনজোৰা কাৰ্যসূচীৰে "বহাগৰ এদিন" উদযাপন।। কাৰ্য্যসূচী অনুসৰি পূৱা বিহুৰ পতাকা উত্তোলন,অমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, পৰম্পৰাগত খেল-ধেমালি, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা জেং বিহু আৰু মুকলি বিহু অনুষ্ঠিত কৰা হয়।।মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ দ্বাৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত বিহুৰ লগত সংগতি ৰখা বিভিন্ন বয়-বস্তুৰ বিপনীও মুকলি কৰা হয় ।। আবেলিলৈ উক্ত অনুষ্ঠানতেই সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব ।। BYTE: মহাবিদ্যালয়খনৰ অধ্যক্ষ।। লংকাৰ পৰা মনোজ কুমাৰ পাঠক।।1
- সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।1
- ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।1
- বৃহস্পতিবাৰে পুৱা কাটাক ৰেলৱে ষ্টেচনত ১৫৬২৮ নং চিলচাৰ–কইম্বাটুৰ এক্সপ্ৰেছ ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্থানীয় ৰে’ল এখনে একে সময়তে একেটা ট্ৰেকতে প্ৰৱেশ কৰাত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। শিলচৰ–কইম্বাটুৰ এক্সপ্ৰেছৰ ইঞ্জিন পাইলটৰ সজাগতা আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সম্ভাৱ্য বিপৰ্যয়জনক দুৰ্ঘটনা ৰোধ হয়। সময়ত বিপদ অনুভৱ কৰি ডাইভাৰে ৰে’লখনৰ গতি বহু পৰিমাণে হ্ৰাস কৰিলে, যাৰ ফলত সংঘৰ্ষৰ পৰা হাত সাৰিব পাৰিলে আৰু ৰেলখন থকা হাজাৰ হাজাৰ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হ’ল। ৰে’লৱেৰ বিষয়াসকলে কয় যে সেই জটিল মুহূৰ্তত গতি হ্ৰাস নকৰিলে গুৰুতৰ দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।1
- Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.1
- ♦️নব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ প্ৰথম পৰীক্ষামূলক কাম সম্পূৰ্ণ । ♦️ইন্ধন ষ্টেচনটো প্ৰায় সাজু হৈছে, আৰু সুৰক্ষা পৰিদৰ্শন চলি আছে। ♦️চেন্নাইত নিৰ্মিত এই ৰেলখনত মুঠ ১০টা ডবা থাকিব, ইয়াৰে ৮খন যাত্ৰীৰ বাবে হ’ব।1