logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।

3 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
3 hrs ago

পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।

More news from অসম and nearby areas
  • পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।
    1
    পৰিৱেশ সংৰক্ষণৰ বাবে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি জুবিন গাৰ্গ ফেন ক্লাব (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’য়ে যৌথভাৱে উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গে উপস্থিত থাকি সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁৰ লগতে ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া, আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিও এই নাহৰ পুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    3 hrs ago
  • জুবিন গাৰ্গ ফেন ক্লাৱ (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’ৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত অনুষ্ঠিত হয়। পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপৰ অংশ হিচাপে পাটসাকোঁৰ পৰা পিঠাগুটি লৈকে ২৯ কিলোমিটাৰ পথত নাহৰ পুলি ৰোপণ কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে আৰু তেওঁ সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। গৰিমা শইকীয়া গাৰ্গৰ লগতে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    1
    জুবিন গাৰ্গ ফেন ক্লাৱ (চেপন), স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ উইচ’ আৰু ‘আমি’ৰ উমৈহতীয়া উদ্যোগত আজিৰে পৰা উচ্চাকাংক্ষী ‘প্ৰজেক্ট নাহৰ’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্পৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যজুৰি মুঠ এক লাখ নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান আজি চৰাইদেউ জিলাৰ পাটসাকোঁৰ সাগৰবেৰা অঞ্চলত অনুষ্ঠিত হয়।

পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপৰ অংশ হিচাপে পাটসাকোঁৰ পৰা পিঠাগুটি লৈকে ২৯ কিলোমিটাৰ পথত নাহৰ পুলি ৰোপণ কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা সমাজকৰ্মী গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে আৰু তেওঁ সমাজক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

গৰিমা শইকীয়া গাৰ্গৰ লগতে এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়া আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গৰিমা বৌৱে এক মহৎ পৰিকল্পনা হাতত লৈছে, যাৰ অধীনত অসমৰ ভিন্ন প্ৰান্তত এক লাখ নাহৰ পুলি ৰোপণ কৰা হ'ব। এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি পাটসাকোঁ সাগৰবেৰাত কৰা হয়, য'ত গৰিমা বৌৱে নিজ হাতে প্ৰথমটো নাহৰ পুলি ৰোপণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে জুবিন গাৰ্গৰ অমৰ স্মৃতিক চিৰদিনৰ বাবে জীয়াই ৰখা।
    1
    বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গৰিমা বৌৱে এক মহৎ পৰিকল্পনা হাতত লৈছে, যাৰ অধীনত অসমৰ ভিন্ন প্ৰান্তত এক লাখ নাহৰ পুলি ৰোপণ কৰা হ'ব। এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি পাটসাকোঁ সাগৰবেৰাত কৰা হয়, য'ত গৰিমা বৌৱে নিজ হাতে প্ৰথমটো নাহৰ পুলি ৰোপণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে জুবিন গাৰ্গৰ অমৰ স্মৃতিক চিৰদিনৰ বাবে জীয়াই ৰখা।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    4 hrs ago
  • ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
    1
    ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    14 hrs ago
  • মাইবেলাস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। এই অনশনৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই মাহমৰা সমষ্টিৰ বিধায়ক সূৰ্য্য দিহিঙীয়া অনশনস্থলীত উপস্থিত হয়। বিধায়কগৰাকীয়ে শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। তেওঁ আশা প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি সমস্যাৰে জৰ্জৰিত হৈ থকা এই শ্ৰমিকসকলৰ দাবীসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই সহানুভূতিশীলভাৱে বিবেচনা কৰি অতি শীঘ্ৰেই এক ইতিবাচক সমাধান উলিয়াব।
    1
    মাইবেলাস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। এই অনশনৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই মাহমৰা সমষ্টিৰ বিধায়ক সূৰ্য্য দিহিঙীয়া অনশনস্থলীত উপস্থিত হয়।

বিধায়কগৰাকীয়ে শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। তেওঁ আশা প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি সমস্যাৰে জৰ্জৰিত হৈ থকা এই শ্ৰমিকসকলৰ দাবীসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই সহানুভূতিশীলভাৱে বিবেচনা কৰি অতি শীঘ্ৰেই এক ইতিবাচক সমাধান উলিয়াব।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    19 hrs ago
  • দুলীয়াজানত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহ ভস্মীভূত হৈছে।
    1
    দুলীয়াজানত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহ ভস্মীভূত হৈছে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.