logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Darbhanga jila ka hospital

2 hrs ago
user_Kothram School
Kothram School
সৰুপেটা (পিটি), বজালী, অসম•
2 hrs ago
875b407d-bcf0-4ebc-a1c8-a1205e3291a1
6a7e0c61-47f3-4e50-9696-b2ab19cf6345

Darbhanga jila ka hospital

More news from অসম and nearby areas
  • ৰঙিয়াৰ গৰখীয়া গোপাল মাৰলি থানৰ ৪২সংখ্যক বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটে অগণন ভক্তৰ । ২৬ জানুৱাৰীৰ দিনটোত মহোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় থানখনত।অনুষ্ঠান উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা ,নাগাৰা নামৰ কাৰ্যসূচীতো স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ ধৰ্মপ্ৰাণ ৰাইজৰ ।ইফালে উৎসৱ উপলক্ষে অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় সমুহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী। ১২০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে।ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰে অনুষ্ঠিত মহোৎসৱটিক লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।
    1
    ৰঙিয়াৰ গৰখীয়া গোপাল  মাৰলি থানৰ ৪২সংখ্যক বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটে অগণন ভক্তৰ । ২৬ জানুৱাৰীৰ দিনটোত  মহোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়  থানখনত।অনুষ্ঠান উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা ,নাগাৰা নামৰ কাৰ্যসূচীতো স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ ধৰ্মপ্ৰাণ ৰাইজৰ ।ইফালে উৎসৱ উপলক্ষে অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় সমুহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী। ১২০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে।ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰে অনুষ্ঠিত মহোৎসৱটিক লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    Journalist ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পলাশবাৰী সম-জিলা কাৰ্যালয়ত উদযাপন
    1
    দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পলাশবাৰী সম-জিলা কাৰ্যালয়ত উদযাপন
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    6 hrs ago
  • Jai hind 🇮🇳🇮🇳🙏🙏
    1
    Jai hind 🇮🇳🇮🇳🙏🙏
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    22 hrs ago
  • Saraswati puja pandu temple ghar
    1
    Saraswati puja pandu temple ghar
    user_Sabka kaal Mahakaal
    Sabka kaal Mahakaal
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
  • সমগ্ৰ দেশৰ লগতে আজি ধুবুৰীতো কেন্দ্ৰীয় ভাৱে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। জিলাখনৰ ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন মাল্যার্পণৰ পাছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত নৱদ্বীপ পাঠকে । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লগতে অন্যান্য বাহিনীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰে।
    4
    সমগ্ৰ দেশৰ লগতে আজি ধুবুৰীতো কেন্দ্ৰীয় ভাৱে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন।
জিলাখনৰ ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন মাল্যার্পণৰ পাছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত নৱদ্বীপ পাঠকে । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লগতে অন্যান্য বাহিনীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰে।
    user_AS Dhubri News
    AS Dhubri News
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    11 hrs ago
  • আজি শোণিতপুৰ জিলাৰ তেজপুৰত উপস্থিত হৈ গৌৰৱ গগৈক সমালোচনা কৰিলে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে
    1
    আজি শোণিতপুৰ জিলাৰ তেজপুৰত উপস্থিত হৈ গৌৰৱ গগৈক সমালোচনা কৰিলে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • Post by Pankaj
    1
    Post by Pankaj
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    19 hrs ago
  • ৰঙিয়াতো উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
    1
    ৰঙিয়াতো  উলাহ-মালহৰে উদযাপন ৭৭ তম গণৰাজ্য দিৱস
ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস। 
ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী,এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।ইয়াৰ পিছতে সমজিলা আয়ুক্ত গৰাকীয়ে অসম আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    Journalist ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.