Shuru
Apke Nagar Ki App…
নগাঁৱৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তফৰ পৰা একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁৱৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তফৰ পৰা একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক দিনৰ শিক্ষা জীৱনৰ বাবে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হয়। আৰু উত্তীণ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাৰ বাবে কি দৰে প্ৰস্তুতি কৰিছিল সেই সমূহ বাকী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰু অভিভাৱক সকলৰ আগত বাখ্যা ডাঙি ধৰে।
Pranjal Bora

More news from অসম and nearby areas
- জামালুদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে জামালুদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশু সহ কেইবাজনো লোকক। আঘাতপ্ৰাপ্ত হয় জামালুদ্দিন। বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে। ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হয়। নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। আটক কৰা লোক জন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন। দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যবান সামগ্ৰী।1
- নগাঁৱৰ ডাকৰঘাটত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কৰে উন্মোচন ৮.৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে ধিঙৰ ভাস্কৰ্য শিল্পী উৎপল কলিতাই ডাকৰঘাট জুবিন ফেন ক্লাৱৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি ডাকৰঘাট হাইস্কুলৰ খেলপথাৰৰ কাষৰ জুবিন ক্ষেত্ৰত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি1
- ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।1
- উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন1
- Post by Mustafa SalimAhmed1
- মহিলা সকলৰ বাবে ভাল খবৰ l আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস আজিয়েই যোগাযোগ কৰিব পাৰে আপুনি যদি কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G) ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে আজিয়েই যোগাযোগ কৰিব পাৰে মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো যোগাযোগৰ বাবে 7086630140/93659567511
- Post by Mahesh kumar das1
- নগাঁৱৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তফৰ পৰা একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক দিনৰ শিক্ষা জীৱনৰ বাবে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হয়। আৰু উত্তীণ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাৰ বাবে কি দৰে প্ৰস্তুতি কৰিছিল সেই সমূহ বাকী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰু অভিভাৱক সকলৰ আগত বাখ্যা ডাঙি ধৰে।1