logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ। জামালুদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে জামালুদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশু সহ কেইবাজনো লোকক। আঘাতপ্ৰাপ্ত হয় জামালুদ্দিন। বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে। ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হয়। নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। আটক কৰা লোক জন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন। দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যবান সামগ্ৰী।

2 hrs ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
2 hrs ago

ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ। জামালুদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে জামালুদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশু সহ কেইবাজনো লোকক। আঘাতপ্ৰাপ্ত হয় জামালুদ্দিন। বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে। ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হয়। নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। আটক কৰা লোক জন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন। দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যবান সামগ্ৰী।

More news from অসম and nearby areas
  • জামালুদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে জামালুদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশু সহ কেইবাজনো লোকক। আঘাতপ্ৰাপ্ত হয় জামালুদ্দিন। বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে। ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হয়। নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। আটক কৰা লোক জন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন। দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যবান সামগ্ৰী।
    1
    জামালুদ্দিন আৰু হৰজতৰ বাসগৃহত সোমাই আক্ৰমণ কৰে জামালুদ্দিন, লুকমান হেকিম, ৰুকিয়া খাতুনকে ধৰি শিশু সহ কেইবাজনো লোকক।
আঘাতপ্ৰাপ্ত হয় জামালুদ্দিন।
বৰ্তমানেও লুকমান হেকিম আৰু ৰুকিয়া খাতুন চিকিৎসাধীন অৱস্থাত আছে।
ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হয়।
নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক।
আটক কৰা লোক জন দুৰ্বৃত্তৰ দলটোৰ মাজৰে আছিল এজন।
দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে লুটি নিয়ে মূল্যবান সামগ্ৰী।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • নগাঁৱৰ ডাকৰঘাটত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কৰে উন্মোচন ৮.৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে ধিঙৰ ভাস্কৰ্য শিল্পী উৎপল কলিতাই ডাকৰঘাট জুবিন ফেন ক্লাৱৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি ডাকৰঘাট হাইস্কুলৰ খেলপথাৰৰ কাষৰ জুবিন ক্ষেত্ৰত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি
    1
    নগাঁৱৰ ডাকৰঘাটত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন 
জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কৰে উন্মোচন 
৮.৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে ধিঙৰ ভাস্কৰ্য শিল্পী উৎপল কলিতাই 
ডাকৰঘাট জুবিন ফেন ক্লাৱৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি
ডাকৰঘাট হাইস্কুলৰ খেলপথাৰৰ কাষৰ জুবিন ক্ষেত্ৰত নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।
    1
    ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি।
কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন
    1
    উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    13 hrs ago
  • মহিলা সকলৰ বাবে ভাল খবৰ l আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস আজিয়েই যোগাযোগ কৰিব পাৰে আপুনি যদি কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G) ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে আজিয়েই যোগাযোগ কৰিব পাৰে মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো যোগাযোগৰ বাবে 7086630140/9365956751
    1
    মহিলা সকলৰ বাবে ভাল খবৰ  l   
আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস 
আজিয়েই যোগাযোগ কৰিব পাৰে 
আপুনি যদি কোনো  মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। 
মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G)
ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে
আজিয়েই যোগাযোগ কৰিব পাৰে    
মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই 
ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো
যোগাযোগৰ বাবে 7086630140/9365956751
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    12 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • নগাঁৱৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তফৰ পৰা একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক দিনৰ শিক্ষা জীৱনৰ বাবে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হয়। আৰু উত্তীণ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাৰ বাবে কি দৰে প্ৰস্তুতি কৰিছিল সেই সমূহ বাকী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰু অভিভাৱক সকলৰ আগত বাখ্যা ডাঙি ধৰে।
    1
    নগাঁৱৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তফৰ পৰা একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক দিনৰ শিক্ষা জীৱনৰ বাবে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হয়। আৰু  উত্তীণ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাৰ বাবে কি দৰে প্ৰস্তুতি কৰিছিল সেই সমূহ  বাকী ছাত্ৰ ছাত্ৰী সকলৰ  মাজত আৰু অভিভাৱক সকলৰ আগত বাখ্যা ডাঙি ধৰে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.