logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমৰ শদিয়াৰ ৫ নং শান্তিপুৰৰ পূজা ছেত্ৰীয়ে হিন্দী ছবি 'বাজিং খুৱাটাই'ত অভিনয়ৰ সুযোগ লাভ কৰিছে। এই বাস্তৱধৰ্মী ছবিখনত তেওঁ মাতৃৰ সৈতে একেলগে অভিনয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ লোককথা উপস্থাপন কৰিছে। বেহাৰবাৰি আউটপোষ্ট খ্যাত কে কেৰ সৈতে নিৰ্মিত এই ছবিখন ইতিমধ্যে মুক্তি লাভ কৰিছে।

11 hrs ago
user_Sadiya Time
Sadiya Time
Local News Reporter Sadiya, Tinsukia•
11 hrs ago
1f69b82b-f30e-47c0-8614-4b942f357ac8
31be8482-f0bf-4f6a-b477-204f05bd63b5
36115298-e345-43b9-8170-539efe4fe98d
68e960c1-9262-4103-9f36-ff879eee42e2

অসমৰ শদিয়াৰ ৫ নং শান্তিপুৰৰ পূজা ছেত্ৰীয়ে হিন্দী ছবি 'বাজিং খুৱাটাই'ত অভিনয়ৰ সুযোগ লাভ কৰিছে। এই বাস্তৱধৰ্মী ছবিখনত তেওঁ মাতৃৰ সৈতে একেলগে অভিনয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ লোককথা উপস্থাপন কৰিছে। বেহাৰবাৰি আউটপোষ্ট খ্যাত কে কেৰ সৈতে নিৰ্মিত এই ছবিখন ইতিমধ্যে মুক্তি লাভ কৰিছে।

More news from Tinsukia and nearby areas
  • ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    ডুমডুমাৰ এটা ইউনাইটেড বেংক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে প্ৰায় ৩ লাখ টকা নোহোৱা হ'ল। এই ধন হৰলুকীৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    19 hrs ago
  • জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    1
    জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    6 hrs ago
  • চৰাইদেউত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ *পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান* অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি  আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সমীপৱৰ্তী পৰ্যটন ভৱনত অনুষ্ঠিত হয় । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত  অসম ৰাজ্যিক সাংবাদিক সন্থাই চলিত বৰ্ষৰ  ''ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা"  পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক প্ৰদান কৰে । পুৱা অসম ৰাজ্যাক সাংবাদিক  সন্থাৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি জিতু শৰ্মা ৰাজখোৱাই সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা  দিৱসৰ কাৰ্যসূচী পাতনি মেলাৰ পাছতে স্মৃতি তৰ্পণ কৰে সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই । ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰে ৷ লগতে জিলাৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা কেইবা গৰাকী ব্যক্তিক জিলা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা কৰে সাংবাদিক সংগঠনটোৱে ৷
    1
    চৰাইদেউত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷
*পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান*
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি  আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সমীপৱৰ্তী পৰ্যটন ভৱনত অনুষ্ঠিত হয় । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত  অসম ৰাজ্যিক সাংবাদিক সন্থাই চলিত বৰ্ষৰ  ''ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা"  পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক প্ৰদান কৰে । পুৱা অসম ৰাজ্যাক সাংবাদিক  সন্থাৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি জিতু শৰ্মা ৰাজখোৱাই সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা  দিৱসৰ কাৰ্যসূচী পাতনি মেলাৰ পাছতে স্মৃতি তৰ্পণ কৰে সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই । ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰে ৷ লগতে জিলাৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা কেইবা গৰাকী ব্যক্তিক জিলা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা কৰে সাংবাদিক সংগঠনটোৱে ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, যুটীয়া সম্পাদক মিণ্টু কোঁৱৰ, শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাচিম হাজৰিকা আৰু গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
    4
    শিৱসাগৰৰ  দেওপানীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে।
এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ খাউণ্ড, যুটীয়া সম্পাদক মিণ্টু কোঁৱৰ, শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাচিম হাজৰিকা আৰু গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা । *নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন। *শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে । *পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। *দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
    1
    *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা ।

*নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন।

*শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে ।

*পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

*দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
    1
    উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    12 hrs ago
  • আজি দেৰগাঁও সাহিত্য সভা ভৱনত ড°প্ৰাঞ্জল শৰ্মাৰ 'আধ্যাত্মিকতাৰ পৰশত মানৱ আত্মাৰ দৰ্শন' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সংস্কৃত পণ্ডিত আৰ্চায্য ৰোহিণী বল্লভ গোস্বামীয়ে কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰে।
    1
    আজি দেৰগাঁও সাহিত্য সভা ভৱনত ড°প্ৰাঞ্জল শৰ্মাৰ 'আধ্যাত্মিকতাৰ পৰশত মানৱ আত্মাৰ দৰ্শন' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সংস্কৃত পণ্ডিত আৰ্চায্য ৰোহিণী বল্লভ গোস্বামীয়ে কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰে।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম•
    7 hrs ago
  • মৰাণ বিহু সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। কাইলৈ ইয়াৰ মূল আকৰ্ষণ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আয়োজক সমিতিয়ে এই শোভাযাত্ৰাত সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে।
    1
    মৰাণ বিহু সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। কাইলৈ ইয়াৰ মূল আকৰ্ষণ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আয়োজক সমিতিয়ে এই শোভাযাত্ৰাত সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.