Shuru
Apke Nagar Ki App…
দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা,এজন যুৱকৰ অৱস্থা সংকট জনক,ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যুৱক জনক দেৰগাঁৱত ভয়ংকৰ পথ দুৰঘটনা। দেৰগাঁৱৰ ৰজাবাহৰ ন- গোঁসাই টোলত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো। লক্ষ্মীনাথ ফুকন পথত নাৰিকলগুৰি দিশৰ পৰা এখন দ্ৰুতবেগী পালছাৰ বাইকে পথৰ কাষতে থকা গছত খুন্দা মাৰে।ফলত মটৰ চাইকেল আৰোহী বিচিত্ৰ বৰা গুৰুত্বৰ ভাবে আহত হয়। আৰোহী বিচিত্ৰ বৰাৰ ঘৰ দেৰগাঁৱৰ সমীপবৰ্তী বৰপুখুৰী পাৰ গুৱালগাঁৱৰ । দুৰ্ঘতনাত পতিত হোৱা বাইক খনৰ নম্বৰ - AS-05 L/0298 ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ আহত যুৱক জনক দেৰগাঁৱৰ সামূহিক চিকিৎসালৈ প্ৰেৰণ কৰে।
Malobika bora

- User8402Doom Dooma, Tinsukia😂on 17 March
More news from অসম and nearby areas
- Post by Assam Update1
- Post by Imdad hussain1
- সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। 4
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- Post by Tezpur Barta1
- জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।1
- আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল1
- Post by Assam Update1