Shuru
Apke Nagar Ki App…
লাহৰীঘাটৰ বৰবৰী গাঁও পঞ্চায়তত মা/ৰ/পি/ট 📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা 📌মহিলাসহ কেইবাজনো আহত 📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা 📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে। 📌পাছত বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ এজাহাৰ দিয়ে।
News 16 Northeast

More news from Nagaon and nearby areas
- 📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা 📌মহিলাসহ কেইবাজনো আহত 📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা 📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে। 📌পাছত বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ এজাহাৰ দিয়ে।1
- আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।1
- সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ1
- ঘৰ জোঁৱাইয়ে পলুৱাই নিলে, ঘৈনীয়েকৰ নবৌয়েকক। থানাত গোচৰ1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ1
- Post by Nippu Konwar1
- Another robbery incident has taken place in Lumding. The robbery occurred at Ramkrishna Palli under Ward No. 13 of Lumding Municipal area. A group of robbers entered the residence of Uttam Bhattacharya in Ramkrishna Palli. During the incident, they attacked his son, Ujjwal Bhattacharya, and looted gold ornaments, cash, and other valuables before fleeing the scene. After receiving the information, police reached the spot and have started a detailed investigation into the matter. Local residents have urged the police to intensify night patrolling and demanded the immediate arrest of the culprits. The injured युवक was immediately taken to Lumding Hospital for treatment.1
- লাহে লাহে মিঞা মুছলমানৰ বিশ্বাসটো কংগ্ৰেছতকৈ অখিল গগৈৰ ওপৰত বাঢ়িছে ।1