Shuru
Apke Nagar Ki App…
চাৰিমুঠীয়াত মাঘী উৎসৱ আয়োজন চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ লাকুৱা চাৰিমুঠীয়াত আয়োজন মাঘী উৎসৱ। উৎসৱত গীত পৰিবেশন কৰে সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে
Charaideo news
চাৰিমুঠীয়াত মাঘী উৎসৱ আয়োজন চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ লাকুৱা চাৰিমুঠীয়াত আয়োজন মাঘী উৎসৱ। উৎসৱত গীত পৰিবেশন কৰে সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ কানুবাৰীস্থিত AG Church (Assemblies of God Church)ত আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি–আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধশতাধিক লোকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকি সকলোকে আদৰণি জনাই সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ। লেজাই কলাখোৱাৰ দিঘলীয়া, পানীগাঁৱকে ধৰি প্ৰায় কেইবাখনো গাঁৱত দুই শতাধিক লোকৰ বিস্তৰ ক্ষতি বিধ্বংসী ধুমুহাত। নিশা হঠাৎ অহা বিধ্বংসী ধুমুহা আৰু বৰষুণৰ ফলত ঘৰ, গছ-গছনি ধ্বংস হোৱাৰ লগতে মৃত্যু হয় পশুধনৰ। ধুমুহাৰ ফলত ভাঙি বিধ্বস্ত হয় বহু ধানৰ ভঁৰাল। বিদ্যুতৰ খুঁটা উভালি পৰাত বিচ্ছিন্ন বিদ্যুৎ সংযোগ। ধুমুহা আৰু বৰষুণৰ ফলত বিনষ্ট হৈছে বহু ছাত্র-ছাত্ৰীৰ কিতাপ বহী।1
- শিৱসাগৰ আৰু যোৰহাট জিলাৰ মধ্যস্থলত চিন্তামণি গড় গাঁও পঞ্চায়তৰ অধীনস্থ বিভিন্ন স্থানত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত মুঠ ২৮ টা উন্নয়ন মুলক কামৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ শুভাৰম্ভ কৰে বামুন পুখুৰী জিলা পৰিষদৰ সদস্য শ্ৰীমান্ত বৰাই।4
- শুক্ৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত চাহ বাগিচাৰ শ্ৰমিক/শ্ৰমিক পৰিয়ালৰ বাবে লেবাৰ লাইন ভূমি বন্দৱস্তিৰ ডিজিটেল পট্টা বিতৰণ কৰিব। তিনিচুকীয়া জিলাৰ ৭ খন চাহ বাগিচাৰ প্ৰায় ৭০০ জন চাহ শ্ৰমিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মাকুম জংচনৰ পৰা এখন বিশেষ ট্ৰেইনৰে এই শ্ৰমিকসকল গুৱাহাটীলৈ ৰাওনা হ'ব।1
- ঐতিহাসিক মইনাপৰীয়া নামঘৰত অতিথিশালা উদ্ধোধন কৰি নেদেখা জনৰ ওচৰত আশিষ ল'লে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই*1
- নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন।বকিয়ালৰ বুঢ়াগোহাঁইখাটত বন্যহস্তীৰ আক্ৰমণত নিহত হয় লোকজনৰ। এটা অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত নিহত হয় লোকজন। নিহত লোকজনৰ নাম ৰাজীৱ গোৱালা বুলি জানিব পৰা গৈছে।1
- জিলা গোৱালপাৰা অসম গাওঁ দলগোমা পুৱপাৰা post office dalgoma pin code 7831241
- আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা। "চৰাইদেউ সংলাপ" সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।1