Shuru
Apke Nagar Ki App…
দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
Democracy Time
দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
More news from অসম and nearby areas
- ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ1
- তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।1
- যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।1
- *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান। #newsreort *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।1
- দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা #Barpetakhabar #বৰপেটাখবৰ #Newsupdate1
- নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।1
- 📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা। 📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।1
- দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা1