logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

2 hrs ago
user_DSL LIVE
DSL LIVE
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
2 hrs ago

যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

More news from অসম and nearby areas
  • যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।
    1
    যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ 
NH -27
মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি ।
NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান। #newsreort *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।
    1
    *Breaking*

*Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal*

মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস।


দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা।

৮৫.২ কেজি গো মাংস উদ্ধাৰ।

ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি।

সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।


#newsreort
*Breaking*
*Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal*
মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস।
দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা।
৮৫.২ কেজি গো মাংস উদ্ধাৰ।
ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি।
সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    17 hrs ago
  • ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    1
    ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    2 hrs ago
  • তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    1
    তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে
কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • 📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা। 📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।
    1
    📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা।
📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 
📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।
    user_Pulin kumar kakati
    Pulin kumar kakati
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    1
    জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন।

বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়।
কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে।
চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে।
ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল।
উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    58 min ago
  • SBN নেটৱৰ্কৰ বিৰুদ্ধে STFৰ অভিযান, হাইলাকান্দিত গ্ৰেপ্তাৰ এজন ISI-লিংকড শাহজাদ ভাট্টি নেটৱৰ্কৰ জড়িত সদস্যক গ্ৰেপ্তাৰ অসমত ৩০ জুলাইত এই সংগঠনটোৰ বিৰুদ্ধে চলাইছিল অভিযান অভিযানত গ্ৰেপ্তাৰ হৈছিল সংগঠনটোৰ ৩ দুৰ্ধৰ্ষ সদস্য ২৫ আগষ্টত পুনৰ হাইলাকান্দিত চলিল STFৰ অভিযান অভিযানত গ্ৰেপ্তাৰ ফজল ইছলাম বৰভুঞা নামৰ আন এজন সদস্য পাকিস্তানৰ ছাহজ্জাদ ভাট্টী নেটৱৰ্ক নামৰ জেহাদী সংগঠনৰ লগত জড়িত আছিল ফজল STF থানাত ৬/২৬ নম্বৰত গোচৰ ৰুজু কৰি ৰাজ্যৰ বহু স্থানত অভিযান চলাইছিল ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নেটৱৰ্কটোৰ হৈ কাম কৰা বহু ৩ জেহাদীক ম'বাইল ফোনকে ধৰি বহু আপত্তিজনক তথ্য জব্দ কৰিছে জেহাদী কেইটাৰ পৰা Instagram WhatsApp ৰ জৰিয়তে যোগাযোগ কৰিছিল জেহাদী কেইটাক নতুন সদস্য ভৰ্তিৰ বাবে যো-জা চলাইছিল জেহাদী কেইটাই পুনৰ SBN সদস্য ৰ বিৰুদ্ধে পুনৰ অভিযান চলাব STF য়ে ভাৰত বিৰোধী সংগঠনৰ পৰা ধন আৰোহন কৰে SBN য়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰা ভাৰতবৰ্ষত ২০০ ৰো অধিক SBN ৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ফজল ইছলাম পেচাত এজন ট্ৰাক ড্ৰাইভাৰ বেংগালুৰুত ট্ৰাক ড্ৰাইভাৰ হিচাপে থাকোতেই SBN ৰ সদস্য হৈছিল ফজল
    1
    SBN নেটৱৰ্কৰ বিৰুদ্ধে STFৰ অভিযান, হাইলাকান্দিত গ্ৰেপ্তাৰ এজন
ISI-লিংকড শাহজাদ ভাট্টি নেটৱৰ্কৰ জড়িত সদস্যক গ্ৰেপ্তাৰ
অসমত ৩০ জুলাইত এই সংগঠনটোৰ বিৰুদ্ধে চলাইছিল অভিযান 
অভিযানত গ্ৰেপ্তাৰ হৈছিল সংগঠনটোৰ ৩ দুৰ্ধৰ্ষ  সদস্য  
২৫ আগষ্টত পুনৰ হাইলাকান্দিত চলিল  STFৰ অভিযান
অভিযানত গ্ৰেপ্তাৰ ফজল ইছলাম বৰভুঞা নামৰ আন এজন সদস্য 
পাকিস্তানৰ ছাহজ্জাদ ভাট্টী নেটৱৰ্ক নামৰ জেহাদী সংগঠনৰ লগত জড়িত আছিল ফজল 
STF থানাত ৬/২৬ নম্বৰত গোচৰ ৰুজু কৰি ৰাজ্যৰ বহু স্থানত অভিযান চলাইছিল
ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নেটৱৰ্কটোৰ হৈ কাম কৰা বহু ৩  জেহাদীক 
ম'বাইল ফোনকে ধৰি বহু আপত্তিজনক তথ্য জব্দ কৰিছে জেহাদী কেইটাৰ পৰা 
Instagram WhatsApp ৰ জৰিয়তে যোগাযোগ কৰিছিল জেহাদী কেইটাক 
নতুন সদস্য ভৰ্তিৰ বাবে যো-জা চলাইছিল জেহাদী কেইটাই 
পুনৰ SBN সদস্য ৰ বিৰুদ্ধে পুনৰ অভিযান চলাব STF য়ে 
ভাৰত বিৰোধী সংগঠনৰ পৰা ধন আৰোহন কৰে SBN য়ে 
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰা 
ভাৰতবৰ্ষত ২০০ ৰো অধিক SBN ৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে 
ফজল ইছলাম পেচাত এজন ট্ৰাক ড্ৰাইভাৰ 
বেংগালুৰুত ট্ৰাক ড্ৰাইভাৰ হিচাপে থাকোতেই SBN ৰ সদস্য হৈছিল ফজল
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.