Shuru
Apke Nagar Ki App…
সোণাৰিৰ টিয়ক ৰজাবাৰী সংঘটিত পথ দূৰ্ঘটনা, দুজন ব্যক্তি আহত । সোণাৰিত পথ দূ*ৰ্ঘ*ট*না । বিপৰীত দিশৰ পৰা অহা ট্ৰেভেলাৰে ইকো বাহনত প্ৰচণ্ড খুন্দা মৰাত দুজনকৈ লোক আহত । *আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ। সোণাৰিৰ টিয়ক ৰজাবাৰী সংঘটিত হয় এই দূৰ্ঘটনা*। অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
Charaideo news

More news from অসম and nearby areas
- সোণাৰিত পথ দূ*ৰ্ঘ*ট*না । বিপৰীত দিশৰ পৰা অহা ট্ৰেভেলাৰে ইকো বাহনত প্ৰচণ্ড খুন্দা মৰাত দুজনকৈ লোক আহত । *আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ। সোণাৰিৰ টিয়ক ৰজাবাৰী সংঘটিত হয় এই দূৰ্ঘটনা*। অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।1
- Post by Moran Dorpon1
- ৰাজপথত দাও দাওকৈ জ্বলি গল এখন মেজিক বাহন। ঘটনা সংঘটিত হয় যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা যাত্ৰীবাহী মেজিক এখন জ্বলি গল। বাহন খনত নাছিল কোনো যাত্ৰী। যান্ত্ৰিক বিজ্যুটিৰ ফলত নে অন্য কাৰণত বাহন খন জ্বলিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।3
- ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি1
- ডিব্ৰুগড় আৰ.কে.বি. পথৰ নতুন বজাৰত কন কন শিশু সকলে মন মহিলে ৰাইজক। ইমান সুন্দৰ ভাবে বিহু নৃত্য প্ৰদৰ্শন কৰিলে নতুন বজাৰৰ গ্ৰাহকক।2
- Post by Assam Update1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- Post by Moran Dorpon1