Shuru
Apke Nagar Ki App…
বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন । বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
Laba kumar Das
বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন । বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
More news from অসম and nearby areas
- পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।1
- খৈৰাণীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা — অস্মিতা বস্নেতৰ ৯৭% নম্বৰে সৰ্বভাৰতীয় শীৰ্ষস্থান লাভ1
- Post by U song my videos1
- Post by Sangku das1
- সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।1
- ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।1
- তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তৰবা গান্ধী বালিকা বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে এক অনন্য সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ আৰু আধাতে পঢ়া এৰা ড্ৰপ আউট ছাত্ৰীসকলে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ পৰা এইবাৰ মেট্ৰিকত ২৬ গৰাকী ছাত্ৰীৰ ভিতৰত ইটাইকেইগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকতো ৫ গৰাকী ছাত্ৰীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সাফল্যত আজি ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এক আৱেগিক পৰিৱেশত আনন্দ উদযাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদ্যালয়খনৰ অধ্যক্ষ সুমুনা বড়ো আৰু শিক্ষয়িত্ৰী অনিতা মগৰে ছাত্ৰীসকলৰ এই জয়যাত্ৰাক কঠোৰ পৰিশ্ৰমৰ ফল বুলি অভিহিত কৰাৰ লগতে আৱাসিক বিদ্যালয়খনত দিনে-ৰাতিয়ে কৰ্তব্য পালন কৰা শিক্ষক-কৰ্মচাৰীসকলৰ বাবে চৰকাৰক মাননী বৃদ্ধি আৰু ‘আৰ অ’ পি’ (ROP) প্ৰদান কৰিবলৈ বিশেষ আহ্বান জনায়।1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1