logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।

1 hr ago
user_প্ৰশান্ত মেধি
প্ৰশান্ত মেধি
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
1 hr ago

মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।

More news from অসম and nearby areas
  • মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।
    1
    মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • মৰিগাঁও জিলাৰ জাগীৰোডৰ জাগী ভকতগাঁৱত পুনৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত নতুনকৈ আতংকৰ সৃষ্টি কৰিছে।
    1
    মৰিগাঁও জিলাৰ জাগীৰোডৰ জাগী ভকতগাঁৱত পুনৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত নতুনকৈ আতংকৰ সৃষ্টি কৰিছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বগৰিগুৰিত অভিযান চলাই আৰক্ষীয়ে ১২টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰোইনসহ কুখ্যাত সৰবৰাহকাৰী আমিৰুল ইছলামক আটক কৰে। জুৰীয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত এক বৃহৎ সাফল্য কঢ়িয়াই আনিছে।
    4
    এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বগৰিগুৰিত অভিযান চলাই আৰক্ষীয়ে ১২টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰোইনসহ কুখ্যাত সৰবৰাহকাৰী আমিৰুল ইছলামক আটক কৰে। জুৰীয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত এক বৃহৎ সাফল্য কঢ়িয়াই আনিছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    16 hrs ago
  • নগাঁৱৰ নেহৰুবালীত আজিৰে পৰা একমাহজোৰা হনুমান মেলাৰ শুভাৰম্ভ হৈছে। এইবাৰ মেলাৰ মুখ্য আকৰ্ষণ 'মেগা জলপৰিৰ জলক্ৰীড়া'ই আৰম্ভণি দিনাই ব্যাপক জনসমাগম ঘটাইছে।
    1
    নগাঁৱৰ নেহৰুবালীত আজিৰে পৰা একমাহজোৰা হনুমান মেলাৰ শুভাৰম্ভ হৈছে। এইবাৰ মেলাৰ মুখ্য আকৰ্ষণ 'মেগা জলপৰিৰ জলক্ৰীড়া'ই আৰম্ভণি দিনাই ব্যাপক জনসমাগম ঘটাইছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
    1
    নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    21 min ago
  • অসমৰ গোটৰ মহিলাসকলৰ বেংক একাউণ্টলৈ ৩৫,০০০ টকাকৈ সোমাব। যিসকলে আগতে ১০ হাজাৰ টকা পোৱা নাছিল, তেওঁলোকে এই ধন লাভ কৰিব। আনহাতে, পূৰ্বে ১০ হাজাৰ টকা পোৱা মহিলাসকলে লাভ কৰিব ২৫,০০০ টকা।
    1
    অসমৰ গোটৰ মহিলাসকলৰ বেংক একাউণ্টলৈ ৩৫,০০০ টকাকৈ সোমাব। যিসকলে আগতে ১০ হাজাৰ টকা পোৱা নাছিল, তেওঁলোকে এই ধন লাভ কৰিব। আনহাতে, পূৰ্বে ১০ হাজাৰ টকা পোৱা মহিলাসকলে লাভ কৰিব ২৫,০০০ টকা।
    user_RA NEWS PLUS 24
    RA NEWS PLUS 24
    ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • নগাঁৱৰ কনুৱামাৰিত অৱস্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউটছত B.Pharm আৰু D.Pharm পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ল'ৰা-ছোৱালীৰ বাবে পৃথক হোষ্টেলৰ সুব্যৱস্থা থকা এই প্ৰতিষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্মাছিৰ ডিগ্ৰী লৈ স্বাৱলম্বী হৈছে।
    1
    নগাঁৱৰ কনুৱামাৰিত অৱস্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউটছত B.Pharm আৰু D.Pharm পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ল'ৰা-ছোৱালীৰ বাবে পৃথক হোষ্টেলৰ সুব্যৱস্থা থকা এই প্ৰতিষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্মাছিৰ ডিগ্ৰী লৈ স্বাৱলম্বী হৈছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকে এক অমানৱীয় কাণ্ড সংঘটিত কৰিছে। এই ঘটনাই জিলাবাসীক স্তম্ভিত কৰাৰ লগতে ৰাজ্যৰ শিক্ষাখণ্ডক কলংকিত কৰিছে। জিলা প্ৰশাসনে অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    1
    চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকে এক অমানৱীয় কাণ্ড সংঘটিত কৰিছে। এই ঘটনাই জিলাবাসীক স্তম্ভিত কৰাৰ লগতে ৰাজ্যৰ শিক্ষাখণ্ডক কলংকিত কৰিছে। জিলা প্ৰশাসনে অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.