Shuru
Apke Nagar Ki App…
নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
Daily Time
নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
More news from অসম and nearby areas
- নগাঁও জিলাৰ চামগুৰিৰ বৰমা আৰু বৌ বজাৰকে ধৰি কেইবাঠাইতো পুৱাই এটা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি তাণ্ডৱ চলায়। এই ঘটনাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।1
- ধিং আৰক্ষীয়ে নগাঁও জিলাত আতংক সৃষ্টি কৰা কুখ্যাত চিলনী চোৰৰ গেঙৰ মূল মাষ্টাৰমাইণ্ড মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। মহিদুলৰ নেতৃত্বত দীৰ্ঘদিন ধৰি মহিলাৰ ডিঙিৰ সোণৰ গহণা কাঢ়ি সন্ত্ৰাস চলাই আহিছিল এই গেঙে। আৰক্ষীয়ে বৰ্তমান চোৰটোক জেৰা অব্যাহত ৰাখিছে।1
- নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।1
- নগাঁৱৰ কনুৱামাৰিত অৱস্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউটছত B.Pharm আৰু D.Pharm পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ল'ৰা-ছোৱালীৰ বাবে পৃথক হোষ্টেলৰ সুব্যৱস্থা থকা এই প্ৰতিষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্মাছিৰ ডিগ্ৰী লৈ স্বাৱলম্বী হৈছে।1
- এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বগৰিগুৰিত অভিযান চলাই আৰক্ষীয়ে ১২টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰোইনসহ কুখ্যাত সৰবৰাহকাৰী আমিৰুল ইছলামক আটক কৰে। জুৰীয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত এক বৃহৎ সাফল্য কঢ়িয়াই আনিছে।4
- মৰিগাঁও সাংবাদিক সমাজে উলহ মালহেৰে বসন্ত উৎসৱ উদযাপন কৰিলে। এই আনন্দময় উৎসৱে সমগ্ৰ অঞ্চলটোত এক উখল-মাখল আৰু পবিত্ৰ পৰিৱেশ সৃষ্টি কৰিলে।1
- মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।1
- চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাসহ ৫ জনকৈ লোক আহত হৈছে। হাতীটোৱে বিঘা বিঘা ধাননি পথাৰ নষ্ট কৰাৰ লগতে বন বিভাগে গুলীচালনা কৰিও খেদি পঠিয়াব পৰা নাই।1