logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁও জিলাৰ চামগুৰিৰ বৰমা আৰু বৌ বজাৰকে ধৰি কেইবাঠাইতো পুৱাই এটা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি তাণ্ডৱ চলায়। এই ঘটনাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।

2 hrs ago
user_RA NEWS PLUS 24
RA NEWS PLUS 24
ৰূপাহী, নগাঁও, অসম•
2 hrs ago

নগাঁও জিলাৰ চামগুৰিৰ বৰমা আৰু বৌ বজাৰকে ধৰি কেইবাঠাইতো পুৱাই এটা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি তাণ্ডৱ চলায়। এই ঘটনাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।

More news from অসম and nearby areas
  • নগাঁও জিলাৰ চামগুৰিৰ বৰমা আৰু বৌ বজাৰকে ধৰি কেইবাঠাইতো পুৱাই এটা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি তাণ্ডৱ চলায়। এই ঘটনাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।
    1
    নগাঁও জিলাৰ চামগুৰিৰ বৰমা আৰু বৌ বজাৰকে ধৰি কেইবাঠাইতো পুৱাই এটা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি তাণ্ডৱ চলায়। এই ঘটনাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।
    user_RA NEWS PLUS 24
    RA NEWS PLUS 24
    ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ধিং আৰক্ষীয়ে নগাঁও জিলাত আতংক সৃষ্টি কৰা কুখ্যাত চিলনী চোৰৰ গেঙৰ মূল মাষ্টাৰমাইণ্ড মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। মহিদুলৰ নেতৃত্বত দীৰ্ঘদিন ধৰি মহিলাৰ ডিঙিৰ সোণৰ গহণা কাঢ়ি সন্ত্ৰাস চলাই আহিছিল এই গেঙে। আৰক্ষীয়ে বৰ্তমান চোৰটোক জেৰা অব্যাহত ৰাখিছে।
    1
    ধিং আৰক্ষীয়ে নগাঁও জিলাত আতংক সৃষ্টি কৰা কুখ্যাত চিলনী চোৰৰ গেঙৰ মূল মাষ্টাৰমাইণ্ড মহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। মহিদুলৰ নেতৃত্বত দীৰ্ঘদিন ধৰি মহিলাৰ ডিঙিৰ সোণৰ গহণা কাঢ়ি সন্ত্ৰাস চলাই আহিছিল এই গেঙে। আৰক্ষীয়ে বৰ্তমান চোৰটোক জেৰা অব্যাহত ৰাখিছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
    1
    নগাঁও জিলাৰ চামগুৰিৰ বৌ বজাৰৰ ৰাজপথত এটা বন্যহস্তীয়ে মুকলিকৈ বিচৰণ কৰি বিভিন্ন ঠাইত তাণ্ডৱ চলাইছে। বন্যহস্তীৰ এনে কাৰ্যই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • নগাঁৱৰ কনুৱামাৰিত অৱস্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউটছত B.Pharm আৰু D.Pharm পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ল'ৰা-ছোৱালীৰ বাবে পৃথক হোষ্টেলৰ সুব্যৱস্থা থকা এই প্ৰতিষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্মাছিৰ ডিগ্ৰী লৈ স্বাৱলম্বী হৈছে।
    1
    নগাঁৱৰ কনুৱামাৰিত অৱস্থিত হুডা গ্ৰুপ অফ ইনষ্টিটিউটছত B.Pharm আৰু D.Pharm পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ল'ৰা-ছোৱালীৰ বাবে পৃথক হোষ্টেলৰ সুব্যৱস্থা থকা এই প্ৰতিষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্মাছিৰ ডিগ্ৰী লৈ স্বাৱলম্বী হৈছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বগৰিগুৰিত অভিযান চলাই আৰক্ষীয়ে ১২টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰোইনসহ কুখ্যাত সৰবৰাহকাৰী আমিৰুল ইছলামক আটক কৰে। জুৰীয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত এক বৃহৎ সাফল্য কঢ়িয়াই আনিছে।
    4
    এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ বগৰিগুৰিত অভিযান চলাই আৰক্ষীয়ে ১২টা কণ্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হেৰোইনসহ কুখ্যাত সৰবৰাহকাৰী আমিৰুল ইছলামক আটক কৰে। জুৰীয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত এক বৃহৎ সাফল্য কঢ়িয়াই আনিছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান আৰু পেট্ৰ'ল-ডিজেলৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বাইকেৰে কাৰ্যালয়লৈ যাত্ৰা কৰিলে। তেওঁ সুৰক্ষাবাহিনীৰ গাড়ী এৰি এই পদক্ষেপ লয়, যিয়ে দেশজুৰি চৰ্চা লাভ কৰিছে।
    1
    প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান আৰু পেট্ৰ'ল-ডিজেলৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বাইকেৰে কাৰ্যালয়লৈ যাত্ৰা কৰিলে। তেওঁ সুৰক্ষাবাহিনীৰ গাড়ী এৰি এই পদক্ষেপ লয়, যিয়ে দেশজুৰি চৰ্চা লাভ কৰিছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।
    1
    মৰিগাঁওত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও সাংবাদিক সমাজে এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰে। মৰিগাঁও মেটাৰনিটি এণ্ড মালট্রিস্পিলিটি হস্পিতালৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। উৎসবৰ আনন্দৰ মাজতে অঞ্চলবাসীয়ে লাভ কৰিলে বিনামূলীয়া চিকিৎসা সেৱা।
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাসহ ৫ জনকৈ লোক আহত হৈছে। হাতীটোৱে বিঘা বিঘা ধাননি পথাৰ নষ্ট কৰাৰ লগতে বন বিভাগে গুলীচালনা কৰিও খেদি পঠিয়াব পৰা নাই।
    1
    চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাসহ ৫ জনকৈ লোক আহত হৈছে। হাতীটোৱে বিঘা বিঘা ধাননি পথাৰ নষ্ট কৰাৰ লগতে বন বিভাগে গুলীচালনা কৰিও খেদি পঠিয়াব পৰা নাই।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.