logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

১৩ নং গোৱালপাৰা পশ্চিম জনজাতীয় বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰবাৰী মেন্দিপথাৰত আজি দেশী জনগোষ্ঠীয় মঞ্চ, অসম ভেৰবাৰী মেন্দি পাথাৰ আঞ্চলিক সমিতি যুৱ ছাত্ৰ মঞ্চৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন ভেৰবাৰী মেন্দিপথাৰ অনুষ্ঠিত হয়। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা।

on 5 February
user_Kuldeep Rabha
Kuldeep Rabha
Photographer দুধনাই, গোৱালপাৰা, অসম•
on 5 February
c357a36f-ae0b-45ab-8868-0ca8951409cc
bcff8cf2-16aa-49ac-b878-012f4396a417
bb35f7cb-becd-46f5-ba05-51c1d28ffcd3
4d85f0b6-2e49-4a1e-8451-784b9e7c4ef1

১৩ নং গোৱালপাৰা পশ্চিম জনজাতীয় বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰবাৰী মেন্দিপথাৰত আজি দেশী জনগোষ্ঠীয় মঞ্চ, অসম ভেৰবাৰী মেন্দি পাথাৰ আঞ্চলিক সমিতি যুৱ ছাত্ৰ মঞ্চৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন ভেৰবাৰী মেন্দিপথাৰ অনুষ্ঠিত হয়। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা।

More news from অসম and nearby areas
  • 📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ। 📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    1
    📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ।
📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    3
    কলতলি প্রাথমিক বিদ্যালয়
স্থাপিতঃ ১৯৭৭ ইং
স্কুল কোড নং- ১৮০৬০৩০২৯০১
গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া
শিক্ষাখণ্ড: ছয়গাঁও
জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    user_Saddam hussain
    Saddam hussain
    গৰৈমাৰী, কামৰূপ, অসম•
    6 hrs ago
  • বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে। এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে।‌ কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়।‌ পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব।‌ উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় । অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
    1
    বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০  ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে।  এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে  এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে।‌ কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। 
কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়।‌ পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে।
অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব।‌ উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। 
চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় ।
অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    7 hrs ago
  • Post by Habibor Sheikh
    1
    Post by Habibor Sheikh
    user_Habibor Sheikh
    Habibor Sheikh
    Content Creator (YouTuber) বিজনী (পিটি), চিৰাং, অসম•
    12 hrs ago
  • 'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম' আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক #AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews
    1
    'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম'
আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক
#AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    15 hrs ago
  • ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
    1
    ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    2 hrs ago
  • বিলাসীপারা চিরেকু‌‌টা for helping video for me and balapara 123 all public thanks all
    1
    বিলাসীপারা চিরেকু‌‌টা for helping video for me and balapara 123 all public thanks all
    user_Rahul ali
    Rahul ali
    Army & navy surplus shop Bilasipara Pt, Dhubri•
    17 hrs ago
  • গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা
    1
    গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.