logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

MAJULI NEWS মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ  🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নয়াবজাৰৰ বিজেপি কৰ্মী সকল। 🛑আজি ভুৱন গামৰ হৈ নয়াবজাৰৰ কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ  🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নয়াবজাৰৰ বিজেপি কৰ্মী সকল। 🛑আজি ভুৱন গামৰ হৈ নয়াবজাৰৰ কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।

2 hrs ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•
2 hrs ago

MAJULI NEWS মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ  🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নয়াবজাৰৰ বিজেপি কৰ্মী সকল। 🛑আজি ভুৱন গামৰ হৈ নয়াবজাৰৰ কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ  🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নয়াবজাৰৰ বিজেপি কৰ্মী সকল। 🛑আজি ভুৱন গামৰ হৈ নয়াবজাৰৰ কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।

More news from Assam and nearby areas
  • 📌৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা চাহ  বাগিচাত অগপ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া |
    1
    📌৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা চাহ  বাগিচাত অগপ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া |
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    19 hrs ago
  • আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা
    1
    আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা
    user_Chiranjan pegu
    Chiranjan pegu
    ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    21 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    3 hrs ago
  • শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।
    1
    শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    9 hrs ago
  • গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি দেওবাৰে উদাত্ত ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    1
    গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি   দেওবাৰে উদাত্ত  ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    11 hrs ago
  • ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
    1
    ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত  নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    7 hrs ago
  • মাজুলী মোৰ মাতৃ  মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে। মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন। মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো। মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
    1
    মাজুলী মোৰ মাতৃ  মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে।
মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন।
মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো।
মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    7 hrs ago
  • মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    1
    মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    20 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.