Shuru
Apke Nagar Ki App…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।
Shakil Ahmed- ABC News Digital

More news from অসম and nearby areas
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।1
- বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।1
- বাক্সাৰ গাৰামদেউত আৱাহন থিয়েটাৰৰ বতৰীয়া আৰু VIP টিকট বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত তিনিটা নিশাৰ নাট্য নিবেদন লৈ গাৰামদেউলৈ আৱাহন থিয়েটাৰ আহিব।1
- ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।1
- অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।1
- বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।3
- তামুলপুৰত তামুলপুৰ জিলা লেখিকা সমাজৰ দ্বিতীয় বৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উদযাপন কাৰ্যসূচীৰ অংশ হিচাপে বিজয়ীসকলক বঁটা বিতৰণ কৰা হয়।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1