logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।

1 hr ago
user_Ahmed
Ahmed
শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
1 hr ago
122d203b-c3bf-47d5-a9d2-ce12d0c72766
8d29ff5f-2276-46e3-9983-8e59e32d2474

বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।

More news from অসম and nearby areas
  • বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।
    3
    বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।
    user_Ahmed
    Ahmed
    শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    1 hr ago
  • ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।
    1
    ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়।

এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    5 hrs ago
  • ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।
    1
    ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।
    user_Time to Update
    Time to Update
    Local News Reporter বৰনগৰ (পিটি), বৰপেটা, অসম•
    20 hrs ago
  • বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    1
    বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।
    1
    অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    22 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে।

সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    1 hr ago
  • বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    1
    বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    23 hrs ago
  • কামৰূপ জিলাৰ ছয়গাঁৱত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।
    1
    কামৰূপ জিলাৰ ছয়গাঁৱত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    6 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.