Shuru
Apke Nagar Ki App…
আমি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে ৰাইজৰ কাষত থিয় হ'বলৈ সম্পূৰ্ণৰূপে প্ৰয়াস কৰিছিলোঁ। মাজুলীৰ শ্ৰীমতী মিনু শইকীয়া বাইদেৱে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ পৰা টকাৰে এখন দোকান আৰম্ভ কৰিছে। তেখেতে সপোন দেখিছে স্বাৱলম্বী হোৱাৰ। বাইদেউৰ এই যাত্রা অবিৰত হওক, সফল হওক তাৰে কামনা কৰিলোঁ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Assam Update

More news from অসম and nearby areas
- Post by Assam Update1
- ডিব্ৰুগড় আৰ.কে.বি. পথৰ নতুন বজাৰত কন কন শিশু সকলে মন মহিলে ৰাইজক। ইমান সুন্দৰ ভাবে বিহু নৃত্য প্ৰদৰ্শন কৰিলে নতুন বজাৰৰ গ্ৰাহকক।2
- Post by Moran Dorpon1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- * সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে। আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে প্ৰদৰ্শন কৰিব হুচৰি। উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।1
- ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি1
- Post by Nirmal Phuyel1
- Post by Assam Update1