logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বোকাখাতৰ কমাৰগাঁৱত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত স্থাপন হ'ব লগীয়া সতী সাধনী সমন্বয় ক্ষেত্ৰৰ ভূমি পূজন আৰু শিলান্যাস কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

5 hrs ago
user_Trinayan Bora khobor bokakhat
Trinayan Bora khobor bokakhat
Local News Reporter বোকাখাত, গোলাঘাট, অসম•
5 hrs ago

বোকাখাতৰ কমাৰগাঁৱত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত স্থাপন হ'ব লগীয়া সতী সাধনী সমন্বয় ক্ষেত্ৰৰ ভূমি পূজন আৰু শিলান্যাস কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

More news from অসম and nearby areas
  • Post by Trinayan Bora khobor bokakhat
    1
    Post by Trinayan Bora khobor bokakhat
    user_Trinayan Bora khobor bokakhat
    Trinayan Bora khobor bokakhat
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    5 hrs ago
  • আজি গোলাঘাটৰ কমাৰগাঁৱত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কঁহৰাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে কমাৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে।
    1
    আজি  গোলাঘাটৰ কমাৰগাঁৱত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কঁহৰাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে কমাৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    4 hrs ago
  • গোলাঘাট জিলা কংগ্ৰেছ কাৰ্য্যালয়ত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ।সৰুপথাৰ সমষ্টি অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াক এৰি নিদিওঁ।সৰুপথাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লাগিবই।গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয় প্ৰতিবাদ কৰি হুংকাৰ মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীৰ।
    1
    গোলাঘাট জিলা কংগ্ৰেছ কাৰ্য্যালয়ত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ।সৰুপথাৰ সমষ্টি অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াক এৰি নিদিওঁ।সৰুপথাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লাগিবই।গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয় প্ৰতিবাদ কৰি হুংকাৰ  মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত  সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীৰ।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    5 hrs ago
  • असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    1
    असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश
असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    user_Bashar khan
    Bashar khan
    Golaghat, Assam•
    14 hrs ago
  • Post by S KUMAR
    1
    Post by S KUMAR
    user_S KUMAR
    S KUMAR
    চামাগুৰি, নগাঁও, অসম•
    7 hrs ago
  • ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    1
    ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া।
তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ।
ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ।
কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক।
ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী।
কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে।
অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব।
AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    37 min ago
  • তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    1
    তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ।
ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ।
কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক।
ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী।
কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে।
অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব।
AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • কাজিৰঙাত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যান মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অখিল গগৈয়ে।
    1
    কাজিৰঙাত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যান মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অখিল গগৈয়ে।
    user_Trinayan Bora khobor bokakhat
    Trinayan Bora khobor bokakhat
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.