Shuru
Apke Nagar Ki App…
Assam sangbad 24
- User1703Dibrugarh East, Assam👏on 20 December
More news from Nagaon and nearby areas
- ছৌদি আৰৱত থকা U S Embassy ভয়ংকৰ আক্ৰমণ ইৰানৰ । #riyadh #riyadhsaudiarabia #usembassyriyadh #Israel #UEA #iran #usa #america #USEmbassy #dubai #saudiarabia #arab #us #NewsUpdate #uae #Gaza1
- বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে1
- জন আশীৰ আশীৰ্বাদ ৰেলীত ভাগ লৈ নগাঁৱৰ বেবেজীয়াত উপস্থিত হৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱনটি উদ্ধোধন কৰে।1
- Post by NAlive241
- Post by Rabinrda Gour3
- ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ । ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ। যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।1
- ইৰানৰ শক্তি দেখি হাহাকাৰ লাগিছে ইজৰাইল-আমেৰিকাৰ। নেতান্যাহুৰ কাৰ্যালয়ক লক্ষ্য ইৰানীয়ান সেনাৰ। বায়ুসেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়টো মিছাইল আক্ৰমণ1
- জুৰীয়াৰ সূতীৰপাৰত মথাউৰিৰ কাষত পানীত ওপঙি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ, জুৰীয়া আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত।1
- Post by NAlive241