logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা।  পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা।  পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা।

4 hrs ago
user_Assam Local News
Assam Local News
News Channel বকো, কামৰূপ, অসম•
4 hrs ago

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা।  পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা।  পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা।

More news from অসম and nearby areas
  • কলিয়াবৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ধেমাজি গৈ থকা বাছে মহতিয়ালে দুই পথচাৰীক । সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এগৰাকী লোকৰ সৈতে এটি শিশুক #DSL LIVE #Roadacident
    1
    কলিয়াবৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা
গুৱাহাটীৰ পৰা ধেমাজি গৈ থকা 
বাছে মহতিয়ালে দুই পথচাৰীক ।
সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এগৰাকী লোকৰ সৈতে এটি শিশুক 
#DSL LIVE 
#Roadacident
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡😡
    1
    চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡😡
    user_Shahidul Islam
    Shahidul Islam
    Plumber Mairang, Eastern West Khasi Hills•
    1 hr ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    11 hrs ago
  • 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks
    1
    📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ 
#pratidintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    10 hrs ago
  • Post by Esahoque ali
    1
    Post by Esahoque ali
    user_Esahoque ali
    Esahoque ali
    দলগাঁও (পিটি), দৰং, অসম•
    11 hrs ago
  • Mankachar news হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। GSU ৰ গুণ্ডাগিৰী বন্ধ কৰা দাবীত গণ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কমিটি অসম। আমছুৰ কৰ্মকৰ্তা আৰু সৰ্বসাধাৰণ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সমুখত হাতে হাতে প্লে কাৰ্ড লৈ গণ বিক্ষোভ কাৰ্য্যসূচী আকাশ পাতাল কপাই তোলে হেজাৰ হেজাৰ সৰ্বসাধাৰণ জনতা আৰু আমছু লং লিভ আৰু বুলি ধ্বনি দিয়ে।
    1
    Mankachar news হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।
GSU ৰ গুণ্ডাগিৰী বন্ধ কৰা দাবীত গণ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কমিটি অসম। 
আমছুৰ কৰ্মকৰ্তা আৰু সৰ্বসাধাৰণ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সমুখত হাতে হাতে প্লে কাৰ্ড লৈ গণ বিক্ষোভ কাৰ্য্যসূচী আকাশ পাতাল কপাই তোলে হেজাৰ হেজাৰ সৰ্বসাধাৰণ জনতা আৰু 
আমছু লং লিভ আৰু বুলি ধ্বনি দিয়ে।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    28 min ago
  • গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews
    1
    গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা  নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ
#DSLLive
#Assamnews
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    7 hrs ago
  • ধুবুৰী মেডিকেলত কলেজত উতপ্ত পৰিস্থিতি । বোৱাৰী হত্যাকাণ্ডৰ অভিযোগত ছোৱালী আৰু লৰাৰ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । বোৱাৰীৰ মৃত্যদেহ হস্পিতালৰ ভিতৰৰ পৰা ওলোৱাৰ সময়চোৱাতে তৰ্কাতৰ্কিত লিপ্ত হয় । তৰ্কাতৰ্কিৰ পাছতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
    1
    ধুবুৰী মেডিকেলত কলেজত উতপ্ত পৰিস্থিতি । বোৱাৰী হত্যাকাণ্ডৰ অভিযোগত ছোৱালী আৰু লৰাৰ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । 
বোৱাৰীৰ মৃত্যদেহ হস্পিতালৰ ভিতৰৰ পৰা ওলোৱাৰ সময়চোৱাতে তৰ্কাতৰ্কিত লিপ্ত হয় ।  তৰ্কাতৰ্কিৰ পাছতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে  পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    32 min ago
  • বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।
    1
    বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.