Shuru
Apke Nagar Ki App…
গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews
DSL LIVE
গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews
More news from অসম and nearby areas
- তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।1
- # justice for zubeen gark1
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- Guru chor chor. 😡😡😡 news Assam1
- কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।1
- Post by Arshad Ali1
- Post by Sangku das1
- Namkeen1
- ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন চিকিৎসালৈ লৈ যোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে1