Shuru
Apke Nagar Ki App…
Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133 Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133
Ganesh Singh
Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133 Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133
More news from মেঘালয় and nearby areas
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- Post by Eakupall1
- গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews1
- आज डिब्रूगढ़ जेल से अमृतपाल सिंह को NSA से रात करीब 11:59 मुक्त किया जाएगा और उसके बाद पंजाब पुलिस गिरफ्तार करेंगे अमृतपाल सिंह को और Dibrugarh जेल में ही रखेंगे सूत्रों के हवाले से मिली जानकारी #newsreport1
- # justice for zubeen gark1
- Post by Arshad Ali1
- ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।1
- খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জন আক্ৰোশ মহিলা সমদল উপস্থিত সাংসদ বিজুলী কলিতা মেধী, প্ৰাক্তন সাংসদ কুইন ওজা , বিজয়া চক্ৰৱৰ্তী , মন্ত্রী অজন্তা নেওগ #DSLLIVE #BJPAssam1