logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জন আক্ৰোশ মহিলা সমদল ৰাজ্যিক বিজেপিৰ উদ্যোগত কংগ্ৰেছ সহ বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতি বিৰুদ্ধে এই সমদল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জন আক্ৰোশ মহিলা সমদল উপস্থিত সাংসদ বিজুলী কলিতা মেধী, প্ৰাক্তন সাংসদ কুইন ওজা , বিজয়া চক্ৰৱৰ্তী , মন্ত্রী অজন্তা নেওগ #DSLLIVE #BJPAssam

1 hr ago
user_DSL LIVE
DSL LIVE
দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
1 hr ago

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জন আক্ৰোশ মহিলা সমদল ৰাজ্যিক বিজেপিৰ উদ্যোগত কংগ্ৰেছ সহ বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতি বিৰুদ্ধে এই সমদল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জন আক্ৰোশ মহিলা সমদল উপস্থিত সাংসদ বিজুলী কলিতা মেধী, প্ৰাক্তন সাংসদ কুইন ওজা , বিজয়া চক্ৰৱৰ্তী , মন্ত্রী অজন্তা নেওগ #DSLLIVE #BJPAssam

More news from অসম and nearby areas
  • তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    1
    তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    21 hrs ago
  • # justice for zubeen gark
    1
    # justice for zubeen gark
    user_Sangku das
    Sangku das
    Artist চেঙা, বৰপেটা, অসম•
    21 hrs ago
  • Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133
    1
    Bishnunagar keshiray hasimpur West Bengal Medinipur pin 721133
    user_Ganesh Singh
    Ganesh Singh
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    3 hrs ago
  • Guru chor chor. 😡😡😡 news Assam
    1
    Guru chor chor. 😡😡😡
news Assam
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    19 hrs ago
  • ঠিক করে দাও
    1
    ঠিক করে দাও
    user_Avirup Paul
    Avirup Paul
    বজালী, বজালী, অসম•
    23 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    22 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    Artist চেঙা, বৰপেটা, অসম•
    22 hrs ago
  • Namkeen
    1
    Namkeen
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    19 hrs ago
  • ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    1
    ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন 
নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে 
লৰিৰমুখৰ পৰা  লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো  
দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819
ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.