logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।

1 hr ago
user_ND Axom
ND Axom
Media house বৰপেটা, বৰপেটা, অসম•
1 hr ago

কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।

More news from অসম and nearby areas
  • কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    1
    কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ।
কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত।
যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • Guru chor chor. 😡😡😡 news Assam
    1
    Guru chor chor. 😡😡😡
news Assam
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    22 hrs ago
  • চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়  সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    1
    চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় 
সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    27 min ago
  • ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।
    1
    ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত  হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে 
আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    23 hrs ago
  • 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks
    1
    📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ 
#pratidintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    7 hrs ago
  • आज डिब्रूगढ़ जेल से अमृतपाल सिंह को NSA से रात करीब 11:59 मुक्त किया जाएगा और उसके बाद पंजाब पुलिस गिरफ्तार करेंगे अमृतपाल सिंह को और Dibrugarh जेल में ही रखेंगे सूत्रों के हवाले से मिली जानकारी #newsreport
    1
    आज डिब्रूगढ़ जेल से अमृतपाल सिंह को NSA से रात करीब 11:59 मुक्त किया जाएगा और उसके बाद पंजाब पुलिस गिरफ्तार करेंगे अमृतपाल सिंह को और Dibrugarh जेल में ही रखेंगे सूत्रों के हवाले से मिली जानकारी
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews
    1
    গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা  নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ
#DSLLive
#Assamnews
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
  • Namkeen
    1
    Namkeen
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.