Shuru
Apke Nagar Ki App…
হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। Mankachar news হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। GSU ৰ গুণ্ডাগিৰী বন্ধ কৰা দাবীত গণ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কমিটি অসম। আমছুৰ কৰ্মকৰ্তা আৰু সৰ্বসাধাৰণ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সমুখত হাতে হাতে প্লে কাৰ্ড লৈ গণ বিক্ষোভ কাৰ্য্যসূচী আকাশ পাতাল কপাই তোলে হেজাৰ হেজাৰ সৰ্বসাধাৰণ জনতা আৰু আমছু লং লিভ আৰু বুলি ধ্বনি দিয়ে।
North East Bulletin

More news from অসম and nearby areas
- বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।1
- নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা। পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা।1
- চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡4
- abelir homoyot belur jilikoni1
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- The Punjab Police team has brought Amritpal Singh to the Dibrugarh Sadar Police Station after securing a two-day remand. He will be interrogated in connection with the Ajnala Police Station case. Amritpal Singh was escorted to the police station amid tight security arrangements. Security has been further tightened at the Dibrugarh Sadar Police Station. #newsreport1
- কোচবিহাৰ জিলাৰ তুফানগঞ্জ বিধান সভা সমষ্টিৰ মানসাইৰ ২৩৭ আৰু ২৩৮ নম্বৰ বুথৰ কাষত উত্তেজনা। আজি পশ্চিম বংগত বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকা সময়তে মানসাইৰ ২৩৭ আৰু ২৩৮ নম্বৰ বুথৰ কাষত উত্তেজনা।1
- বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃতদেহ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আজি ৰাতিপুৱা আনুমানিক ৭ টা মান বজাত বিলাসীপাৰা সম জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাণীৰঝাৰ দ্বিতীয় খণ্ড গাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধান খেতিৰ পথাৰত এটি মূতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত দেহ টো নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তামাকুবাৰী আমপাৰাৰ গাঁওৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। আজি আনুমানিক ৭ টা মান বজাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি নয়াহাট আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নয়াহাট আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ পিছত হে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡😡1