Shuru
Apke Nagar Ki App…
abelir beli dhuniya .................................. abelir homoyot belur jilikoni
Krishna kachari
abelir beli dhuniya .................................. abelir homoyot belur jilikoni
More news from অসম and nearby areas
- abelir homoyot belur jilikoni1
- The Punjab Police team has brought Amritpal Singh to the Dibrugarh Sadar Police Station after securing a two-day remand. He will be interrogated in connection with the Ajnala Police Station case. Amritpal Singh was escorted to the police station amid tight security arrangements. Security has been further tightened at the Dibrugarh Sadar Police Station. #newsreport1
- পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ লালুং গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড কণ্যাই শিৰচ্ছেদ কৰিলে নিজ মাতৃক। নিশা শোৱাপাটীতে জীয়ৰী পূজা মালাঙৰ দাৰ ঘাপত শিৰচ্ছেদ হল মাতৃ অনুমাই মালাঙৰ। পিতৃ প্ৰেমেন্দ্ৰ মালাঙৰ লগতে ভগ্নীক দাৰে আক্ৰমণ। হত্যাকাণ্ডৰ পাছতে মাতৃৰ মুণ্ড হাতত লৈ ওৰে নিশা লুকাই থাকে ঘৰৰ পিছফালে থকা বাঁহবাৰীত। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও হত্যাকাৰী পূজাক সন্ধান উলিয়াবলৈ ব্যৰ্থ আৰক্ষী। অৱশ্যে পুৱাৰ ভাগত বাঁহবাৰীৰ পৰা অনুমাই মালাঙৰ মুণ্ডসহ হত্যাকাৰী পূজাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাঁহবাৰীৰ পৰা উদ্ধাৰ হয় এখন দা, কাঁচি, চেম্পু পেকেট, তেল, ফণী, সেন্দুৰ, মাটিৰ পাত্ৰ। #DSLLIVE #Asomnews1
- চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡4
- চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।1
- কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।1
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- কলিয়াবৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ধেমাজি গৈ থকা বাছে মহতিয়ালে দুই পথচাৰীক । সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এগৰাকী লোকৰ সৈতে এটি শিশুক #DSL LIVE #Roadacident1