Shuru
Apke Nagar Ki App…
পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ লালুং গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড কণ্যাই শিৰচ্ছেদ কৰিলে নিজ মাতৃক। পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ লালুং গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড কণ্যাই শিৰচ্ছেদ কৰিলে নিজ মাতৃক। নিশা শোৱাপাটীতে জীয়ৰী পূজা মালাঙৰ দাৰ ঘাপত শিৰচ্ছেদ হল মাতৃ অনুমাই মালাঙৰ। পিতৃ প্ৰেমেন্দ্ৰ মালাঙৰ লগতে ভগ্নীক দাৰে আক্ৰমণ। হত্যাকাণ্ডৰ পাছতে মাতৃৰ মুণ্ড হাতত লৈ ওৰে নিশা লুকাই থাকে ঘৰৰ পিছফালে থকা বাঁহবাৰীত। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও হত্যাকাৰী পূজাক সন্ধান উলিয়াবলৈ ব্যৰ্থ আৰক্ষী। অৱশ্যে পুৱাৰ ভাগত বাঁহবাৰীৰ পৰা অনুমাই মালাঙৰ মুণ্ডসহ হত্যাকাৰী পূজাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাঁহবাৰীৰ পৰা উদ্ধাৰ হয় এখন দা, কাঁচি, চেম্পু পেকেট, তেল, ফণী, সেন্দুৰ, মাটিৰ পাত্ৰ। #DSLLIVE #Asomnews
DSL LIVE

More news from অসম and nearby areas
- নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আৰিকুছি আৰু বনমাজাত ভঠেলি উৎসৱক লৈ আধ্যাত্মিক পৰিৱেশৰ সূচনা। পৰম্পৰাগত ভঠেলি উৎসৱক লৈ লোকে লোকাৰণ্য আধ্যাত্মিক পৰিৱেশৰ সূচনা।1
- চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡😡1
- Post by Eakupall1
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।1
- চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু। আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।1
- গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক, সাংবাদিক নিত্য বৰা নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰা হয় বিশিষ্ট সাংবাদিক গৰাকীৰ #DSLLive #Assamnews1
- মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত ভাল খবৰ।নগাঁৱৰ Crescent Institute of Hotal Management য়ে লৈ আহিছে এই ভাল খবৰ। অতি কম খৰচতে DIGITAL CLASSROOM, ACৰ লগতে বিনামূলীয়া Wi-Fi ৰ সুবিধা থকা উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান Crescent Institute of Hotel Managementত এই পাঠ্যক্ৰমৰ বাবে কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ডাইল কৰক 9864942221 এই নম্বৰত।1