logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡 চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡

3 hrs ago
user_Shahidul Islam
Shahidul Islam
Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
3 hrs ago
abe09604-a80b-4acd-8d83-3f1f51f14afa
fb95c62c-35db-435e-abbc-04d6cfcd474e

চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡 চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡

More news from অসম and nearby areas
  • চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡
    4
    চৌধুরী বাজারের রাস্তা কার্পেটিং হাত দিয়ে তুলা যাচ্ছে আপনারা কইন কতটুকু ভালা হইব😡
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    3 hrs ago
  • abelir homoyot belur jilikoni
    1
    abelir homoyot belur jilikoni
    user_Krishna kachari
    Krishna kachari
    পলাশবাৰী, কামৰূপ, অসম•
    1 hr ago
  • The Punjab Police team has brought Amritpal Singh to the Dibrugarh Sadar Police Station after securing a two-day remand. He will be interrogated in connection with the Ajnala Police Station case. Amritpal Singh was escorted to the police station amid tight security arrangements. Security has been further tightened at the Dibrugarh Sadar Police Station. #newsreport
    1
    The Punjab Police team has brought Amritpal Singh to the Dibrugarh Sadar Police Station after securing a two-day remand. He will be interrogated in connection with the Ajnala Police Station case.
Amritpal Singh was escorted to the police station amid tight security arrangements. Security has been further tightened at the Dibrugarh Sadar Police Station.
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    55 min ago
  • পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ লালুং গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড কণ্যাই শিৰচ্ছেদ কৰিলে নিজ মাতৃক। নিশা শোৱাপাটীতে জীয়ৰী পূজা মালাঙৰ দাৰ ঘাপত শিৰচ্ছেদ হল মাতৃ অনুমাই মালাঙৰ। পিতৃ প্ৰেমেন্দ্ৰ মালাঙৰ লগতে ভগ্নীক দাৰে আক্ৰমণ। হত্যাকাণ্ডৰ পাছতে মাতৃৰ মুণ্ড হাতত লৈ ওৰে নিশা লুকাই থাকে ঘৰৰ পিছফালে থকা বাঁহবাৰীত। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও হত্যাকাৰী পূজাক সন্ধান উলিয়াবলৈ ব্যৰ্থ আৰক্ষী। অৱশ্যে পুৱাৰ ভাগত বাঁহবাৰীৰ পৰা অনুমাই মালাঙৰ মুণ্ডসহ হত্যাকাৰী পূজাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাঁহবাৰীৰ পৰা উদ্ধাৰ হয় এখন দা, কাঁচি, চেম্পু পেকেট, তেল, ফণী, সেন্দুৰ, মাটিৰ পাত্ৰ। #DSLLIVE #Asomnews
    1
    পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ লালুং গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড
কণ্যাই শিৰচ্ছেদ কৰিলে নিজ মাতৃক। 
নিশা শোৱাপাটীতে জীয়ৰী পূজা মালাঙৰ দাৰ ঘাপত শিৰচ্ছেদ হল মাতৃ অনুমাই মালাঙৰ। পিতৃ প্ৰেমেন্দ্ৰ মালাঙৰ লগতে ভগ্নীক
দাৰে আক্ৰমণ।
হত্যাকাণ্ডৰ পাছতে মাতৃৰ মুণ্ড হাতত লৈ ওৰে নিশা লুকাই থাকে ঘৰৰ পিছফালে থকা বাঁহবাৰীত।
নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও হত্যাকাৰী পূজাক সন্ধান উলিয়াবলৈ ব্যৰ্থ আৰক্ষী। 
অৱশ্যে পুৱাৰ ভাগত  বাঁহবাৰীৰ পৰা অনুমাই মালাঙৰ মুণ্ডসহ হত্যাকাৰী পূজাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাঁহবাৰীৰ পৰা উদ্ধাৰ হয় এখন দা, কাঁচি, চেম্পু পেকেট, তেল, ফণী, সেন্দুৰ, মাটিৰ পাত্ৰ।
#DSLLIVE
#Asomnews
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়  সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    1
    চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় 
সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    1
    কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ।
কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত।
যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
  • Post by Esahoque ali
    1
    Post by Esahoque ali
    user_Esahoque ali
    Esahoque ali
    দলগাঁও (পিটি), দৰং, অসম•
    11 hrs ago
  • কলিয়াবৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ধেমাজি গৈ থকা বাছে মহতিয়ালে দুই পথচাৰীক । সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এগৰাকী লোকৰ সৈতে এটি শিশুক #DSL LIVE #Roadacident
    1
    কলিয়াবৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা
গুৱাহাটীৰ পৰা ধেমাজি গৈ থকা 
বাছে মহতিয়ালে দুই পথচাৰীক ।
সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ এগৰাকী লোকৰ সৈতে এটি শিশুক 
#DSL LIVE 
#Roadacident
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.