বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃ*ত*দে*হ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃতদেহ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আজি ৰাতিপুৱা আনুমানিক ৭ টা মান বজাত বিলাসীপাৰা সম জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাণীৰঝাৰ দ্বিতীয় খণ্ড গাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধান খেতিৰ পথাৰত এটি মূতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত দেহ টো নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তামাকুবাৰী আমপাৰাৰ গাঁওৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। আজি আনুমানিক ৭ টা মান বজাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি নয়াহাট আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নয়াহাট আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ পিছত হে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

- বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।1
- ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল। লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক। নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।1
- বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃতদেহ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আজি ৰাতিপুৱা আনুমানিক ৭ টা মান বজাত বিলাসীপাৰা সম জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাণীৰঝাৰ দ্বিতীয় খণ্ড গাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধান খেতিৰ পথাৰত এটি মূতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত দেহ টো নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তামাকুবাৰী আমপাৰাৰ গাঁওৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। আজি আনুমানিক ৭ টা মান বজাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি নয়াহাট আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নয়াহাট আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ পিছত হে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks1
- Post by T News1
- কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।1
- চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।1
- কোচবিহাৰ জিলাৰ তুফানগঞ্জ বিধান সভা সমষ্টিৰ মানসাইৰ ২৩৭ আৰু ২৩৮ নম্বৰ বুথৰ কাষত উত্তেজনা। আজি পশ্চিম বংগত বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকা সময়তে মানসাইৰ ২৩৭ আৰু ২৩৮ নম্বৰ বুথৰ কাষত উত্তেজনা।1