logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল। লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক। নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল। লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক। নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।

3 hrs ago
user_Dhubri News AS
Dhubri News AS
Local News Reporter আঠানি, ধুবুৰী, অসম•

More news from Assam and nearby areas
  • Mankachar news হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। GSU ৰ গুণ্ডাগিৰী বন্ধ কৰা দাবীত গণ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কমিটি অসম। আমছুৰ কৰ্মকৰ্তা আৰু সৰ্বসাধাৰণ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সমুখত হাতে হাতে প্লে কাৰ্ড লৈ গণ বিক্ষোভ কাৰ্য্যসূচী আকাশ পাতাল কপাই তোলে হেজাৰ হেজাৰ সৰ্বসাধাৰণ জনতা আৰু আমছু লং লিভ আৰু বুলি ধ্বনি দিয়ে।
    1
    Mankachar news হাটশিঙিমাৰীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যবসায়ৰ লৈ সমস্যাক বহিঃৰাজ্য মেঘালয়ত ৰাজ্যত হাৰাশাস্তি কৰাৰ বাবে জিলা আমছুৱে আজি গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।
GSU ৰ গুণ্ডাগিৰী বন্ধ কৰা দাবীত গণ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কমিটি অসম। 
আমছুৰ কৰ্মকৰ্তা আৰু সৰ্বসাধাৰণ ৰাইজে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সমুখত হাতে হাতে প্লে কাৰ্ড লৈ গণ বিক্ষোভ কাৰ্য্যসূচী আকাশ পাতাল কপাই তোলে হেজাৰ হেজাৰ সৰ্বসাধাৰণ জনতা আৰু 
আমছু লং লিভ আৰু বুলি ধ্বনি দিয়ে।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    33 min ago
  • বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।
    1
    বংগৰ কুমাৰগঞ্জৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক গাওঁবাসীৰ লপা-থপা।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    3 hrs ago
  • ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল। লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক। নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।
    1
    ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল।
লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক।
নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল।
কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন  বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল।
বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে।
কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে ।
তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । 
নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে ।
অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    3 hrs ago
  • 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks
    1
    📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ 
#pratidintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    10 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    6 hrs ago
  • কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    1
    কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ।
কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত।
যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
  • চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়  সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    1
    চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় 
সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • ধুবুৰী মেডিকেলত কলেজত উতপ্ত পৰিস্থিতি । বোৱাৰী হত্যাকাণ্ডৰ অভিযোগত ছোৱালী আৰু লৰাৰ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । বোৱাৰীৰ মৃত্যদেহ হস্পিতালৰ ভিতৰৰ পৰা ওলোৱাৰ সময়চোৱাতে তৰ্কাতৰ্কিত লিপ্ত হয় । তৰ্কাতৰ্কিৰ পাছতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
    1
    ধুবুৰী মেডিকেলত কলেজত উতপ্ত পৰিস্থিতি । বোৱাৰী হত্যাকাণ্ডৰ অভিযোগত ছোৱালী আৰু লৰাৰ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । 
বোৱাৰীৰ মৃত্যদেহ হস্পিতালৰ ভিতৰৰ পৰা ওলোৱাৰ সময়চোৱাতে তৰ্কাতৰ্কিত লিপ্ত হয় ।  তৰ্কাতৰ্কিৰ পাছতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে  পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    37 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.