logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Hati Assam

on 8 July
user_Harilal Koch
Harilal Koch
Bajali (Pt), Assam•
on 8 July

Hati Assam

  • user_Harilal Koch
    Harilal Koch
    Bajali (Pt), Assam
    Rankhi Bandhan video Like comment share https://www.youtube.com/@Deonapara-r5m1234 subscribe Mera channel ko please 🙏🙏🙏🙏🙏🙏
    on 18 August
  • user_Prem gowala
    Prem gowala
    Margherita, Tinsukia
    🙏
    on 15 July
  • user_Harilal Koch
    Harilal Koch
    Bajali (Pt), Assam
    🙏
    on 8 July
  • user_Harilal Koch
    Harilal Koch
    Bajali (Pt), Assam
    🙏
    on 8 July
More news from Kamrup and nearby areas
  • দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    1
    দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ  ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    18 hrs ago
  • ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    1
    ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    16 hrs ago
  • চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    1
    চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    19 hrs ago
  • #বিশ্বনাথ জিলাৰ বিহালীত মুকলি হ'ল এক অভিলাষী প্ৰকল্প #ভাৰত চৰকাৰৰ "প্রধান মন্ত্রী কিষাণ সম্পদা যোজনা" অধীনত আজমেৰ এগ্ৰ' প্ৰডাক্ত প্ৰাইভেট লিমিটেডে (Ajmer Agro Products Pvt Ltd) স্থাপন কৰিলে ৰাইচ ব্রেন তেল, চয়াবিন তেল আৰু "চয়া বৰি" প্ৰচেছিং ইউনিট
    1
    #বিশ্বনাথ জিলাৰ বিহালীত মুকলি হ'ল এক অভিলাষী প্ৰকল্প 
#ভাৰত চৰকাৰৰ "প্রধান মন্ত্রী কিষাণ সম্পদা যোজনা" অধীনত আজমেৰ এগ্ৰ' প্ৰডাক্ত প্ৰাইভেট লিমিটেডে (Ajmer Agro Products Pvt Ltd) স্থাপন কৰিলে ৰাইচ ব্রেন তেল, চয়াবিন তেল আৰু "চয়া বৰি" প্ৰচেছিং ইউনিট
    user_Bubu_Biswanath
    Bubu_Biswanath
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    4 hrs ago
  • ♦️ গহপুৰৰ ভাইৰেল গোবিন্দ ককাৰ বিস্ফোৰণ। ♦️ বিধায়ক হ'বলৈ কিহৰ প্ৰয়োজন। ♦️ককাৰ চৌধগোষ্ঠৌ কোনটো ৰাজনৈতিক দলৰ‌ লগত জড়িত!
    1
    ♦️ গহপুৰৰ ভাইৰেল গোবিন্দ ককাৰ বিস্ফোৰণ।
♦️ বিধায়ক হ'বলৈ কিহৰ প্ৰয়োজন।
♦️ককাৰ চৌধগোষ্ঠৌ কোনটো ৰাজনৈতিক দলৰ‌ লগত জড়িত!
    user_NARAYANPUR TODAY
    NARAYANPUR TODAY
    নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    5 hrs ago
  • শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ। "শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়" "জুইৰ লগত খেলা নকৰিব ৰেজাউলে" "শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক" "গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    1
    শিৱসাগৰৰ পৰা প্ৰাক্তন আমছু নেতা, ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰক সকীয়নি
ৰেজাউল কৰিম চৰকাৰক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশ জ্যোতি দাসৰ।
"শিৱসাগৰ তেখেতৰ মাতৃৰ লগত অহা যৌতুকৰ সম্পত্তি নহয়"
"জুইৰ লগত খেলা নকৰিব ৰেজাউলে"
"শিৱসাগৰৰ ইতিহাস অধ্যয়ন কৰক"
"গৌৰৱ গগৈয়ে নাকি লগাওক নতুন কংগ্ৰেছী জনক"
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    1 hr ago
  • বকোৰ হাহিমত বিজেপি দলৰ বুঠ সভাপতি সকলৰ সৈতে মতবিনিময় কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। লগতে দলীয় কৰ্মীসকল ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আগন্তুক দিনত দলৰ ভেতি শক্তিশালী কৰাৰ বাবে তেওঁ কৰ্মীসকলক অনুৰোধ জনাই।
    1
    বকোৰ হাহিমত বিজেপি দলৰ বুঠ সভাপতি সকলৰ সৈতে মতবিনিময় কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। লগতে দলীয় কৰ্মীসকল ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আগন্তুক দিনত দলৰ ভেতি শক্তিশালী কৰাৰ বাবে তেওঁ কৰ্মীসকলক অনুৰোধ জনাই।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    17 hrs ago
  • ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    1
    ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি।
অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি।  লগ হৈ কাটিছে পথাৰৰ নৰা ।  
শিৱসাগৰ জিলাৰ বকতা  মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি।
গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু।
গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ
    1
    দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.