Shuru
Apke Nagar Ki App…
তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰে তামুলপুৰ , বাগানপাৰা , আৰু দৰঙাজুলিৰ কাৰ্যকৰ্তা। তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰে তামুলপুৰ , বাগানপাৰা , আৰু দৰঙাজুলিৰ কাৰ্যকৰ্তা।
NAlive24
তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰে তামুলপুৰ , বাগানপাৰা , আৰু দৰঙাজুলিৰ কাৰ্যকৰ্তা। তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰে তামুলপুৰ , বাগানপাৰা , আৰু দৰঙাজুলিৰ কাৰ্যকৰ্তা।
More news from অসম and nearby areas
- তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা সোমবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তথা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিজ বাসগৃহ সৌৰাগুৰীত এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় য’ত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। যোগদান সমাৰোহৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ সৰ্বস্তৰৰ ৰাইজ হিলদল ভাঙি ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ইয়েই প্ৰমাণ কৰে যে সকলো জাতি-জনগোষ্ঠীৰ লোক বৰ্তমান তেওঁলোকৰ দলৰ লগত আছে। বিটিআৰৰ ১৫ খন আসনৰ আটাইকেইখনতে ইউপিপিএলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি বড়োৱে দাবী কৰে যে তেওঁলোকে ১০ৰ পৰা ১২ খন আসনত নিশ্চিতভাৱে জয়লাভ কৰিব। আনহাতে, তামুলপুৰৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৱে কয় যে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ আৰু বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো দৈমাৰীয়ে তামুলপুৰৰ ৰাইজৰ বাবে একোৱেই নকৰিলে আৰু উন্নয়নৰ নামত কেৱল আলহী খাবলৈহে সমষ্টিটোলৈ আহিছিল। আজিৰ নতুন তামুলপুৰ কেৱল ইউপিপিএলৰ দিনতহে গঢ় লৈ উঠিছে বুলি তেওঁ দাবী কৰে। ইপিনে, হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যাদুৰ দাবীক তাচ্ছিল্য কৰি বড়োৱে কয় যে যাদু থাকিলেহে বিপিএফৰ ১৫ খন আসন লাভ কৰা সম্ভৱ, কাৰণ ইউপিপিএলে দিনে-নিশাই গাঁৱে-ভূঞে কাম কৰি ৰাইজৰ আস্থা অৰ্জন কৰিছে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বিৰুদ্ধে লৰেন্স ইছলাৰীৰ প্ৰাৰ্থীত্ব আৰু দতমাৰ ৰাজু নাৰ্জাৰীৰ দৰে শিক্ষিত প্ৰাৰ্থীৰ উদাহৰণ দি তেওঁ কয় যে ইউপিপিএলৰ প্ৰাৰ্থীসকল একোজন সংগ্ৰামী আৰু শিক্ষিত ব্যক্তি হোৱাৰ বিপৰীতে বিপিএফৰ কোনো ভেটি নাই, যাৰ ফলত ইউপিপিএলে সৰ্বোচ্চ ভোটত বিজয় সাব্যস্ত কৰাটো নিশ্চিত।###1
- 📌বাক্সাৰ টুকৰাকুছিত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ জিএচপি প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। 📌বাক্সা বিধানসভা সমষ্টিত আমি ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো বুলি মন্তব্য ৰমেশ চন্দ্ৰ দাসৰ। 📌সমষ্টিটোৰ পৰা মই বিজয়ী হলে সকলো জাতি জনগোষ্ঠীৰ মৌলিক প্ৰশ্নসমূহ যুক্তিপূৰ্ণভাৱে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিম।1
- Post by Moe Salim1
- আমাকে প্লিজ সবাই ফলো কমেন্ট শেয়ার করবা1
- #AssamNews #NewsUpdate #Election2026 #Rauta #VPI #AssamPolitics #ViralNews1
- গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি1
- কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে। তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়— কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।1
- তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰে তামুলপুৰ , বাগানপাৰা , আৰু দৰঙাজুলিৰ কাৰ্যকৰ্তা।1