Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান । চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক তথা টাউন ব্লকৰ তত্বাৱধায়ক বুলোমনি বৰঠাকুৰে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপি দলত যোগদান কৰে। যোগদান স্থানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ।
Charaideo news
চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান । চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক তথা টাউন ব্লকৰ তত্বাৱধায়ক বুলোমনি বৰঠাকুৰে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপি দলত যোগদান কৰে। যোগদান স্থানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।1
- বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। শাসক বিৰোধী সকলোৱে ব্যস্ত প্ৰচাৰ কাৰ্য্যত। বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য্য।1
- শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।2
- বিজেপিয়ে ৯০ খনতকৈ অধিক আসন পাব কিন্তু কংগ্ৰেছে এইবাৰ ১৫ খনতকৈ কম আসন হে লাভ কৰিব। মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয় খন স্থাপন কৰিছিল শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে ৰাজনীতি কৰিবৰ বাবে নহয় কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৰাজনীতি কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক লৈ। নিৰ্বাচনৰ পিছত প্ৰফেচাৰ সকলে যাতে চাকৰি ত্যগ নকৰাকৈ ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আনিব আইন। অখিল গগৈ নিৰ্বাচন উঠক মই একদম বেয়া নাপাওঁ।2
- চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।1
- বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।1
- Post by KHABAR 24 BISWANATH1
- চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক তথা টাউন ব্লকৰ তত্বাৱধায়ক বুলোমনি বৰঠাকুৰে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপি দলত যোগদান কৰে। যোগদান স্থানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ।1