logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাৰ্ঘেৰিটাত শক্তিশালী ৰূপত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰী। মাৰ্ঘেৰিটাত শক্তিশালী ৰূপত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰী।

8 hrs ago
user_Majuli Update
Majuli Update
Local News Reporter মাজুলী, মাজুলী, অসম•
8 hrs ago
31755e92-c959-4a3e-8f14-cd10d50507a7

মাৰ্ঘেৰিটাত শক্তিশালী ৰূপত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰী। মাৰ্ঘেৰিটাত শক্তিশালী ৰূপত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰী।

More news from অসম and nearby areas
  • সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    1
    সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    3 hrs ago
  • আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷
    1
    আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    7 hrs ago
  • hello friends 🤝
    1
    hello friends 🤝
    user_Love you Assam India
    Love you Assam India
    গোলাঘাট, গোলাঘাট, অসম•
    3 hrs ago
  • পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢 এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা। ✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা। 📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332 আজিই নাম পঞ্জীয়ন কৰক!
    1
    পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢
এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা।
✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা।
📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332
আজিই নাম পঞ্জীয়ন কৰক!
    user_NORTH EAST KHABAR
    NORTH EAST KHABAR
    Local News Reporter গহপুৰ, বিশ্বনাথ, অসম•
    8 hrs ago
  • সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • Post by Sek Asik
    1
    Post by Sek Asik
    user_Sek Asik
    Sek Asik
    চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ•
    3 hrs ago
  • তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে সহ আন তিনিজন ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত। ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে
    1
    তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে  সহ আন তিনিজন
ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ
মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত।
ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল
অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক
ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন
আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় । #উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    1
    যোৰহাট প্ৰেছ ক্লাবৰ সৌজন্যত আজি 'এই মাহৰ অতিথি' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।
#উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্র নির্মাতা তথা ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাস বিশিষ্ট অতিথি হিচাপে অংশ গ্রহণ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.