Shuru
Apke Nagar Ki App…
ৰাইজৰ দলৰ যোগদান কাৰ্য্যসূচীত জনসমুদ্ৰত পৰিণত বামুণটাৰী। ২২ নং মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা। আজিৰ এই যোগদান সভাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, আৰু বিধায়ক শ্বেৰমান আলী আহমেদ।
NeTV - North East TV

More news from অসম and nearby areas
- বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।1
- 📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'1
- Post by Jamil.. social media channel i1
- Post by Mostab Ali Ahamed1
- 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না1
- ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।1
- Post by Civil Line construction come1
- অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান বিতৰ্কিত নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ।1