Shuru
Apke Nagar Ki App…
#সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ "বিক্ষোভ" কাৰ্যসূচী ।
Chandrasekhar Chandrasekhar Thakur
#সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ "বিক্ষোভ" কাৰ্যসূচী ।
More news from Kamrup and nearby areas
- শৈষৱতে পিতৃ ৰ Farmer Amar Pran Changmai পৰা মাছৰূম খেতিৰ কলাকৌশলৰ জ্ঞান আহৰণ কৰি পিতৃৰ লগত মাছৰূম উৎপাদনৰ হৈতে জড়িত হোৱা কণমানি বেদস্তুতি চাংমাই। সৰুতেই অসমৰ কৃষি বৈজ্ঞানিক সকলৰ পৰস পাবলৈ সক্ষম হোৱা বেদস্তুতিৰ লগত মাছৰূম উৎপাদনৰ বিষয়ে কথা পাতিছে কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী তথা কৃষক বন্ধু ড° ধীৰেণ কলিতা ছাৰ আৰু কাছ, নাছৰ জন্মদাতা লোহিত গগৈ দেৱে। সকলোৱে লগত কথা আলোচনা কৰিব পৰা বেদস্তুতি চাংমাইৰ কথা বার্তা এবাৰ শুনক আৰু কণমানিটি আগুৱাই যাবলৈ অনুপ্রাণিত কৰক। "জয়তু চিৰসেউজী অসম"1
- শ্বহীদ ন্যাসৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা, কামৰূপ মহানগৰ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ1
- #সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ "বিক্ষোভ" কাৰ্যসূচী ।1
- বৰপেটাৰ মধ্য কামৰূপ মহা বিদ্যালয়ত নিযুত মইনা আচঁনিৰ শুভ উদ্ধোধন। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ পেট্ৰকেমিকেল লিমিটেডৰ স্বতন্ত্ৰ পৰিচালক মাননীয় জিতু তালুকদাৰ।1
- নৱ প্ৰজন্মৰ কবি আকাংক্ষা বৰুৱাৰ কবিতা পুথি AS FALL ARRIVES উন্মোচন কবিতা পুথিখন উন্মোচন কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা নীলিমা বৰাই দশম শ্ৰেণীত অধ্যয়নৰত আকাংক্ষা বৰুৱাৰ এই কৃতিত্বত চ'চল শাখা লেখিকা সমাৰোহে কৃতজ্ঞতা জ্ঞাপন কৰে আকাংক্ষাক লগতে ভৱিষ্যতে এগৰাকী সু-লেখিকা হৈ সাহিত্য জগতত এক চিনাকি নাম হৈ পৰক তাৰে কামনা কৰে31
- স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী৷ সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ন্যাসৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷1
- সমজিলাৰ ধাৰণা কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। কামৰূপ মহানগৰ জিলাত সমজিলাৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ।1
- Nepali Group Dance || Teej Fastival || at Rajapara Kamrup Assam. BidyaswarRChenel1