Shuru
Apke Nagar Ki App…
Sawapn Malakar
- Mohan chandra BoraNagaon, Assam🙏on 8 November
More news from অসম and nearby areas
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।3
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd1
- Post by Mahendra Pqgag1
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে৷ উল্লেখযোগ্য যে যোৱা কালি চামগুৰিত AIUDFৰ সভাত অঘটন সংঘটিত হৈছিল , হেলিকপ্টাৰেৰে গৈও অংশগ্ৰহণ কৰিব নোৱাৰিছিল আজমলে,ৰকিবুল হুছেইনৰ পুত্ৰৰ বাবেই এই ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰে আজমলে1
- চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।1
- চামগুৰি সমষ্টিৰ কাৱৈমাৰীত AIUDF দলৰ সভাত আজমলৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাত দলীয় সমৰ্থকৰ ক্ষোভ।1