logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা জিলাৰ অন্তৰ্গত ৭০ নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত চৰকাৰৰ অৰুণোদয় ৩•০ আচঁনি বিতৰন। আজি বৰপেটা জিলাৰ অন্তৰ্গত ৭৩ নং মধ্য সৰুক্ষেত্ৰী গাও পঞ্চায়তত অসম চৰকাৰৰ অভিলাষী আচনি অৰুণোদয় ৩•০ আচনিৰ ধনৰাশি আই মাতৃ সকলৰ মাজত বিতৰণী অনুষ্ঠানত উপস্থিত থাকো । আই মাতৃ সকলে মাননীয় মুখ্যমন্ত্ৰীক হিয়া উজাৰি আশীৰ্বাদ দিয়ে ।

1 hr ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
1 hr ago
4892495c-b920-4f46-92d3-9c04a9fd4886

বৰপেটা জিলাৰ অন্তৰ্গত ৭০ নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত চৰকাৰৰ অৰুণোদয় ৩•০ আচঁনি বিতৰন। আজি বৰপেটা জিলাৰ অন্তৰ্গত ৭৩ নং মধ্য সৰুক্ষেত্ৰী গাও পঞ্চায়তত অসম চৰকাৰৰ অভিলাষী আচনি অৰুণোদয় ৩•০ আচনিৰ ধনৰাশি আই মাতৃ সকলৰ মাজত বিতৰণী অনুষ্ঠানত উপস্থিত থাকো । আই মাতৃ সকলে মাননীয় মুখ্যমন্ত্ৰীক হিয়া উজাৰি আশীৰ্বাদ দিয়ে ।

More news from Assam and nearby areas
  • বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    1
    বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ ।
দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    32 min ago
  • Post by Shariful Islam
    1
    Post by Shariful Islam
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    36 min ago
  • বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar
    1
    বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা  ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই  AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে।
#Rejaul_Karim_Sarkar
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
  • 👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন। 👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন। 👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল। 👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ। 👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে।  👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল।  👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। 👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।
    1
    👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন।
👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন।
👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল।
👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ।
👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। 
👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল। 
👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।
👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    7 hrs ago
  • मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    1
    मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    user_Misty Helping Foundation
    Misty Helping Foundation
    Voice of people Bajali (Pt), Assam•
    2 hrs ago
  • 😭😭
    1
    😭😭
    user_SAKINUR BHAI
    SAKINUR BHAI
    Artist বজালী, বজালী, অসম•
    10 hrs ago
  • Post by Altaf Hussain
    1
    Post by Altaf Hussain
    user_Altaf Hussain
    Altaf Hussain
    Bajali (Pt), Assam•
    15 hrs ago
  • বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।
    1
    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.