Shuru
Apke Nagar Ki App…
এডোখৰ মাটিক কেন্দ্ৰ কৰি ধুবুৰী জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট৷ আৰক্ষীৰ তদন্ত অব্যাহত গোচৰৰ হেয়াৰিংৰ বাবে ৰফিকুল পক্ষই উপস্থিত হৈছিল ধুবুৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ত৷ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা উলোৱাৰ পাছতে পাছান পক্ষৰ এটা চাৰিজনৰ দলে ৰফিকুল পক্ষৰ তিনিজনক আক্ৰমণ কৰে৷ দুয়োপক্ষৰ প্ৰচণ্ড মাৰপিটক কেন্দ্ৰ কৰি জিলা আয়ুক্ত কাৰ্য্যালয়ত চাঞ্চল্যৰ পৰিস্থিতি বিৰাজ কৰে৷ ধুবুৰী বৰাই বাৰী পঞ্চম খণ্ডৰ মুঠ ৮ বিঘা মাটিত দুটা পক্ষৰ মাজত চলি আছিল দীৰ্ঘদিন ধৰি চিভিল গোচৰ৷ আজি চিভিল গোচৰৰ বাবে দুয়োটা পক্ষই উপস্থিত হৈছিল হেয়াৰিংত৷ হেয়াৰিং শেষ কৰি উলোৱাৰ পাছতে দুয়োটা পক্ষৰ মাজত ভয়ংকৰ মাৰপিট৷
North East Bulletin

More news from অসম and nearby areas
- এডোখৰ মাটিক কেন্দ্ৰ কৰি ধুবুৰী জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট৷ আৰক্ষীৰ তদন্ত অব্যাহত গোচৰৰ হেয়াৰিংৰ বাবে ৰফিকুল পক্ষই উপস্থিত হৈছিল ধুবুৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ত৷ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা উলোৱাৰ পাছতে পাছান পক্ষৰ এটা চাৰিজনৰ দলে ৰফিকুল পক্ষৰ তিনিজনক আক্ৰমণ কৰে৷ দুয়োপক্ষৰ প্ৰচণ্ড মাৰপিটক কেন্দ্ৰ কৰি জিলা আয়ুক্ত কাৰ্য্যালয়ত চাঞ্চল্যৰ পৰিস্থিতি বিৰাজ কৰে৷ ধুবুৰী বৰাই বাৰী পঞ্চম খণ্ডৰ মুঠ ৮ বিঘা মাটিত দুটা পক্ষৰ মাজত চলি আছিল দীৰ্ঘদিন ধৰি চিভিল গোচৰ৷ আজি চিভিল গোচৰৰ বাবে দুয়োটা পক্ষই উপস্থিত হৈছিল হেয়াৰিংত৷ হেয়াৰিং শেষ কৰি উলোৱাৰ পাছতে দুয়োটা পক্ষৰ মাজত ভয়ংকৰ মাৰপিট৷1
- নগাঁও চহৰত নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল। নগাঁও চহৰত নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল। সদৌ অসম ছাত্ৰ সন্থাৰ আহবান মৰ্মে জিলা সদৰত এই প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিৰ আৰু দাম হ্ৰাস কৰাৰ দাবীত এই প্ৰতিবাদ । মৃল্যবৃদ্ধিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাকত তেলদি শুই আছে বুলি আখ্যা প্ৰতিবাদকাৰীৰ। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।1
- 📍গোৱালপাৰা জিলাৰ খলিছাভিটা বজাৰৰ তিনি আলিত আৰক্ষীৰ দায়িত্ব পালন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন ব্যক্তিক #pratidintalks1
- দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা #Barpetakhabar #বৰপেটাখবৰ #Newsupdate1
- নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।1
- ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ1
- ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।1
- 📍আজি খলিছাভিটা বজাৰৰ মায়াবিনী হোটেলত হৈছিল কি ? কিয় ইমান হুলস্থূলীয়া পৰিৱেশ। জানিব পৰা মতে 👉 গাখীৰত পানী মিহলাই সিৰাজ আলী হোটেলত ভেজাল গাখীৰ যোগান ধৰাৰ অভিযোগ। অভিযুক্ত সিৰাজ আলীৰ ঘৰ ধুবুৰী জিলাৰ পোৰাভিটা ভেলাকোবা #pratidintalks #foodseftydeperment1