*Sulug-মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ হব লগা আঁচনি বোৰ যোৱা ১৫ ফেব্ৰুৱাৰী পৰা অব্যাহত আছে আধাৰশিলা স্থাপনৰ কাৰ্য্যসূচী। *V/O-তিৱা স্বায়ত্ত্ব পৰিষদৰ উদ্যোগত আজি মৰি বুঢ়াগাওঁ হৰি মন্দিৰৰ ভোগঘৰ ,জালুগুটি বিহু সমিতি ৰংগমঞ্চ,বৰঙাবাৰী লক্ষ্মী পূজা মণ্ডপ,গছগুৰি প্ৰজাপতি ব্ৰহ্ম কুমাৰী পষেকীয়া আধ্যাত্মিক অনুষ্ঠান, সিধাবাৰী কেউট চুবা হৰি মন্দিৰ ৰভা ঘৰ আৰু মৰিগাঁও পেঞ্চনা সংস্থাৰ কাৰ্যালয় চৌহদত আধাৰশিলা স্থাপন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। এই ছয়টা স্থানেই তিৱা স্বায়ত্ব পৰিষদৰ ২০২৫-২৬ বৰ্ষ পুঁজিৰে নিৰ্মাণ হব লগা আঁচনি।তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে পৰিষদৰ আৱণ্টিত পুঁজিৰে মৰিগাঁও খনক নতুন দিগন্ত সূচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। *মৰিগাঁও পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট।*

- সোনাইঘাট চলচলিত চৰকাৰী পঞ্জীয়নভুক্ত ট্ৰেভেল এজেন্সীৰ কাউন্টাৰৰ পৰা টিকত সংগ্ৰহ কৰক আৰু নিচিন্ত মনেৰে যাত্ৰা কৰক। এই কাউন্টাৰৰ পৰা AC যুক্ত চুপাৰ বাছৰো সুবিধা আছে। আপুনি বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ পুৰ্বে এশবাৰ ভাৱক আৰু যাত্ৰা সুনিশ্চিত কৰক! ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ইতিমধ্যে বহু যাত্ৰী বিপদত পৰিছে। অনলাইন যোগে বাছৰ টিকট বিক্ৰী কৰি এচাম অসাধু চক্ৰই বিপদত পেলাইছে বহু যাত্ৰীক। সেয়ে বিভাগীয় লাইচেন্স প্ৰাপ্ত ট্ৰেভেল এজেন্সিৰ গাড়ীৰে যাত্ৰা সুনিশ্চিত কৰক! আৰু মহা আৰামেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰক।1
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- 🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- Beharbari Accident* মহানগৰীৰ বেহৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ আৰু চাৰিচকীয়া ৱেগনাৰ বাহনৰ মাজত। দাম্পৰৰ নামৰ AS 01 NC 4712 ৱেগনাৰৰ নম্বৰ AS 01 EH 3089 মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ অহা সময়ত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত লোকেল কংফুৰ দুই অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী। লখৰা দিশৰ পৰা অহা দাম্পৰ আৰু চাৰিচকীয়া বাহন ৱেগনাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুয়োকে বেহৰবাৰীৰ প্ৰাৰ্থনা হস্পিতাললৈ প্ৰেৰণ। সাংবাদিকক মদৰ বটল খুলি চাবলৈ হেঁচা অভিনেতা বনি দেউৰীৰ। নিশা কৰ্তব্যৰত সাংবাদিকৰে তৰ্ক বিতৰ্কতো লিপ্ত হৈ অভিনেতা গৰাকী।1
- ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।1
- ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।1
- বিশ্বশান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ পিৰাকটাত বাথৌ আৰছ অনুষ্ঠিত কৰে1
- Post by Saiful islam1
- Post by অঞ্জন শইকীয়া1