logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উৰীয়ামঘাটৰ ৰেংমাই পুৰ গাঁৱৰ (চালুকপথাৰ) নিবাসী ৪৫ বছৰীয়া অজয় চুতীয়া নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। কামৰ বাবে চেন্নাইলৈ যোৱা অৱস্থাত বিশাখাপতনমৰ পৰা তেওঁ সন্ধানহীন হয়। অজয় চুতীয়াৰ পৰিয়ালে তেওঁৰ বিষয়ে যিকোনো সম্ভেদ লাভ কৰিলে যোগাযোগৰ বাবে আহ্বান জনাইছে।

2 hrs ago
user_DB24assam
DB24assam
Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
2 hrs ago

উৰীয়ামঘাটৰ ৰেংমাই পুৰ গাঁৱৰ (চালুকপথাৰ) নিবাসী ৪৫ বছৰীয়া অজয় চুতীয়া নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। কামৰ বাবে চেন্নাইলৈ যোৱা অৱস্থাত বিশাখাপতনমৰ পৰা তেওঁ সন্ধানহীন হয়। অজয় চুতীয়াৰ পৰিয়ালে তেওঁৰ বিষয়ে যিকোনো সম্ভেদ লাভ কৰিলে যোগাযোগৰ বাবে আহ্বান জনাইছে।

More news from অসম and nearby areas
  • উৰীয়ামঘাটৰ ৰেংমাই পুৰ গাঁৱৰ (চালুকপথাৰ) নিবাসী ৪৫ বছৰীয়া অজয় চুতীয়া নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। কামৰ বাবে চেন্নাইলৈ যোৱা অৱস্থাত বিশাখাপতনমৰ পৰা তেওঁ সন্ধানহীন হয়। অজয় চুতীয়াৰ পৰিয়ালে তেওঁৰ বিষয়ে যিকোনো সম্ভেদ লাভ কৰিলে যোগাযোগৰ বাবে আহ্বান জনাইছে।
    1
    উৰীয়ামঘাটৰ ৰেংমাই পুৰ গাঁৱৰ (চালুকপথাৰ) নিবাসী ৪৫ বছৰীয়া অজয় চুতীয়া নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। কামৰ বাবে চেন্নাইলৈ যোৱা অৱস্থাত বিশাখাপতনমৰ পৰা তেওঁ সন্ধানহীন হয়। অজয় চুতীয়াৰ পৰিয়ালে তেওঁৰ বিষয়ে যিকোনো সম্ভেদ লাভ কৰিলে যোগাযোগৰ বাবে আহ্বান জনাইছে।
    user_DB24assam
    DB24assam
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    2 hrs ago
  • নুমলীগড় শোধনাগাৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। BNR নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপ-ঠিকা লৈ কাম কৰি থকা TRUE TREACK নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত শোধনাগাৰটোত শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
    1
    নুমলীগড় শোধনাগাৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। BNR নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপ-ঠিকা লৈ কাম কৰি থকা TRUE TREACK নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত শোধনাগাৰটোত শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    9 hrs ago
  • লালুকৰ সমীপৱৰ্তী পদ্মপুৰ খেলপথাৰত পদ্মপুৰ যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। অঞ্চলটোৰ মুঠ পাঁচখন গাঁৱৰ পৰা প্ৰায় ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত সম্বৰ্ধনা পত্ৰ আৰু গছ পুলি প্ৰদান কৰি উষ্ম আদৰণি জনোৱা হয়। পদ্মপুৰ যুৱক সংঘ আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত আয়োজিত এই উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
    1
    লালুকৰ সমীপৱৰ্তী পদ্মপুৰ খেলপথাৰত পদ্মপুৰ যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। অঞ্চলটোৰ মুঠ পাঁচখন গাঁৱৰ পৰা প্ৰায় ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত সম্বৰ্ধনা পত্ৰ আৰু গছ পুলি প্ৰদান কৰি উষ্ম আদৰণি জনোৱা হয়। পদ্মপুৰ যুৱক সংঘ আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত আয়োজিত এই উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • Post by ALI HUSSAIN
    1
    Post by ALI HUSSAIN
    user_ALI HUSSAIN
    ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    2 hrs ago
  • কংগ্ৰেছৰ মিডিয়া বিভাগৰ সভাপতি বেদব্ৰত বৰাই এক সংবাদ মেলত দেশৰ শিক্ষা মন্ত্ৰীক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ স্পষ্টকৈ কয় যে দেশৰ শিক্ষা মন্ত্ৰীৰ দায়িত্ব এজন অযোগ্য আৰু দুৰ্নীতিগ্ৰস্ত লোকক দিয়া হৈছে।
    1
    কংগ্ৰেছৰ মিডিয়া বিভাগৰ সভাপতি বেদব্ৰত বৰাই এক সংবাদ মেলত দেশৰ শিক্ষা মন্ত্ৰীক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ স্পষ্টকৈ কয় যে দেশৰ শিক্ষা মন্ত্ৰীৰ দায়িত্ব এজন অযোগ্য আৰু দুৰ্নীতিগ্ৰস্ত লোকক দিয়া হৈছে।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    4 hrs ago
  • অসমৰ বিহপুৰীয়াৰ ৰাজবাৰীস্থিত মাজৰ খেলৰ নামঘৰত আজি এক মনোমোহা পৰিৱেশত বাৰ্ষিক নাম পালন কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম প্ৰসংগ ভাগৱত পাঠৰ অন্তত দিনৰ দুই বজাৰ পৰা সমস্ত ৰাইজে বৃন্দাৱনী নাম পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো মনোমোহা কৰি তোলে। এই অনুষ্ঠান অসমৰ হিন্দু ধৰ্মৰ ৰাইজৰ মাজত প্ৰচলিত এক পৰম্পৰাৰ অংশ। ভৰ বাৰিষা শালী খেতিৰ সমান্তৰালভাৱে স্থানীয় নামঘৰসমূহত ভাওনা সবাহৰ আয়োজন কৰা হয় আৰু এইবাৰো বিহপুৰীয়াত সেই ৰীতি পালন কৰা হ'ল।
    4
    অসমৰ বিহপুৰীয়াৰ ৰাজবাৰীস্থিত মাজৰ খেলৰ নামঘৰত আজি এক মনোমোহা পৰিৱেশত বাৰ্ষিক নাম পালন কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম প্ৰসংগ ভাগৱত পাঠৰ অন্তত দিনৰ দুই বজাৰ পৰা সমস্ত ৰাইজে বৃন্দাৱনী নাম পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো মনোমোহা কৰি তোলে।

এই অনুষ্ঠান অসমৰ হিন্দু ধৰ্মৰ ৰাইজৰ মাজত প্ৰচলিত এক পৰম্পৰাৰ অংশ। ভৰ বাৰিষা শালী খেতিৰ সমান্তৰালভাৱে স্থানীয় নামঘৰসমূহত ভাওনা সবাহৰ আয়োজন কৰা হয় আৰু এইবাৰো বিহপুৰীয়াত সেই ৰীতি পালন কৰা হ'ল।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    6 hrs ago
  • অসমীয়া এষাৰ প্ৰচলিত বাক্য 'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল'ৰ দৰেই বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ অৱস্থা হৈ পৰিছে বুলি কোৱা হৈছে। এই বাক্যষাৰীয়ে যিদৰে অকাৰ্যক্ষম অস্তিত্বক নথকাতকৈ বেছি বেয়া বুলি ইংগিত দিয়ে, ঠিক তেনেদৰেই জলসিঞ্চন বিভাগে তাৰ প্ৰকৃত কাৰ্য সম্পাদন নকৰাত ইয়াৰ স্থিতি প্ৰায় অলাগতিয়াল হৈ পৰিছে।
    3
    অসমীয়া এষাৰ প্ৰচলিত বাক্য 'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল'ৰ দৰেই বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ অৱস্থা হৈ পৰিছে বুলি কোৱা হৈছে। এই বাক্যষাৰীয়ে যিদৰে অকাৰ্যক্ষম অস্তিত্বক নথকাতকৈ বেছি বেয়া বুলি ইংগিত দিয়ে, ঠিক তেনেদৰেই জলসিঞ্চন বিভাগে তাৰ প্ৰকৃত কাৰ্য সম্পাদন নকৰাত ইয়াৰ স্থিতি প্ৰায় অলাগতিয়াল হৈ পৰিছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    22 hrs ago
  • বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মৰঙীবাসীয়ে ত্ৰাহিমধুসূদন সুৱঁৰিছে। কালি নিশা মৰঙিৰ ফুলনীবাৰী আৰু বকিয়াল গাঁৱত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই বহুকেইটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। হাতীৰ জাকটোৱে পকী ঘৰৰ দেৱাল পৰ্যন্ত ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ খাদ্য সামগ্ৰী খাই গচকি বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা পৰিয়ালকেইটাই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ৰাইজে অভিযোগ কৰিছে যে মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো বন বিভাগে বিষয়টোত কোনো ধৰণৰ খবৰ লোৱা নাই।
    4
    বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মৰঙীবাসীয়ে ত্ৰাহিমধুসূদন সুৱঁৰিছে। কালি নিশা মৰঙিৰ ফুলনীবাৰী আৰু বকিয়াল গাঁৱত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই বহুকেইটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। হাতীৰ জাকটোৱে পকী ঘৰৰ দেৱাল পৰ্যন্ত ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ খাদ্য সামগ্ৰী খাই গচকি বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা পৰিয়ালকেইটাই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ৰাইজে অভিযোগ কৰিছে যে মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো বন বিভাগে বিষয়টোত কোনো ধৰণৰ খবৰ লোৱা নাই।
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.